ashomiyapatrika.com
Browsing Tag

Boko

বকোত লুইত পৰীয়া বা-বাতৰি গোষ্ঠীৰ উদ্যোগত গণমুখী সাংবাদিকতাৰ ধ্বজ্বাবাহী পৰাগ কুমাৰ দাসৰ মৃত্যু…

বকোঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সেৱাৰে সত্য নিষ্ঠা আৰু সাহসীকতাৰে সাংবাদিকতা কৰি নাম উজলোৱা প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ২৯ সংখ্যক মৃত্যু বাৰ্ষিকী। ৰাজ্যত গণমুখী সাংবাদিকতাৰ ধ্বজ্বাবাহী সৎ আৰু সাহসী সাংবাদিক পৰাগ কুমাৰ দাসক বিগত ১৯৯৬

বকোৰ বনাঞ্চলিক এলেকাত হাতী-মানুহৰ সংঘাট দুৰ কৰিবলৈ সজাগতা অনাৰ ঘোষণা

বকোঃ জনমুৰি আয় বঢ়াৰ বাবে জন বসতি বৃদ্ধি হোৱাত বনাঞ্চল সংকুচিত হৈ পৰিছে। সেয়ে বনাঞ্চলৰ জীৱ কুলৰ লগত প্ৰায়েই সংঘাট সৃষ্টি হয় মানুহৰ। জীৱ কুলৰ বনৰীয়া হাতী আৰু মানুহৰ প্ৰায়েই সৃষ্টি হয় সংঘাট। এই সংঘাটৰ পৰিণতিত দক্ষিণ কামৰূপ জিলাৰ ভিন্ন

নিজম পৰিল ৰাজাবাৰীৰ মুকলি ব’হাগী বিদায় সন্মিলনৰ সমন্বয়ভূমিঃ কৃষ্টি সংস্কৃতিয়ে মহিয়ান কৰিলে…

বকোঃ কামৰূপ জিলাৰ বকোৰ ৰাজাবাৰী ইয়ং ব্লু ক্লাৱৰ সৌজন্যত উনৈশ সংখ্যক বাৰ্ষিক মুকলি ব'হাগী বিদায় সন্মিলনত খেল ধেমালিৰ লগতে নৃত্য গীতৰ সমাহাৰে অঞ্চলবাসীক মহিয়ান কৰিলে। উল্লেখ্য যে ‘পাহাৰো আমাৰে - ভৈয়ামো আমাৰে’ বৰলুইত মিলনৰ সাকোঁ।অতিকৈ

বকোৰ ২ নং মাকেলীত ৰামধেনু যুৱক সংঘৰ উদ্যোগত মুকলি বিহু সন্মিলনৰ বৰ্নাঢ্য আয়োজন

বকোঃ অমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন বহাগ মাহৰ হেঁপাহৰ ৰঙালী বিহুয়ে অসমীয়া জাতিসত্তাক প্ৰতিফলিত কৰে।সেয়ে বিহু ববীয়া ৰাইজে ৰঙালী বিহুৰ পৰম্পৰা পালন কৰে। এই ক্ষেত্ৰত বহু আয়োজক সমিতিয়ে মুকলি বিহু সন্মিলন আয়োজন কৰে। বিগত বছৰবোৰৰ দৰে

বকোৰ বন্দাপাৰাত বড়ো জাতীয় চাৰি সংগঠনৰ অধিবেশনৰ শুভাৰম্ভঃ মুকলি সভাৰ অতিথি – নীলকান্ত গয়াৰী

বকোঃ কামৰূপ জিলাৰ বকোৰ বন্দাপাৰাত বড়ো জাতীয় চাৰি সংগঠনৰ অধিবেশনৰ বিস্তৃত কাৰ্য্যক্ৰমণিকা আজিৰ পৰা শুভাৰম্ভ হৈছে। উল্লেখ্য যে ওখাফৌৰ শাখা বড়ো জাতীয় পৰিষদৰ অভ্যৰ্থনাত ৪০ সংখ্যক বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ অধিবেশন, ২৭ সংখ্যক বকো

বকোত বনাঞ্চলিক বিষয়াৰ অভিযানত অসাধু কাঠ ব্যৱসায়ী ৰাজেশ্বৰ ৰাভা আটকঃ জেললৈ প্ৰেৰণ

বকোঃ ৰাজ্যৰ বনজ সম্পদ সুৰক্ষাৰ দায়িত্বত থকা বন সুৰক্ষা বিষয়াৰ তালাচীত হাতে লোতে ধৰা পৰিল এগৰাকী বন ধ্বংসকাৰী। প্ৰাপ্ত খৱৰ মতে কামৰূপ জিলাৰ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়াৰ এলেকা হালধিপাৰাৰ বনাঞ্চলত মুল্যবান শাল গছ কাটি থকা অৱস্থাত এজন

বকোৰ পানেৰীত বিতৰ্কিত জমিত অসাধু চক্ৰৰ শেঁনচকুঃ আৰক্ষীয়েও দিয়া নাই সুৰক্ষা

বকোঃ একাংশ অসাধু ভূমি দখলদাৰীয়ে এটা সহজ সৰল পৰিয়ালৰ নিদ্ৰা হৰণ কৰিছে। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত পানেৰী গাওঁত সংঘটিত হৈছে এনে দুখ:জনক ঘটনা। মাটি জমি বেদখল কৰা ঘটনা সন্দৰ্ভত জানিব পৰা মতে আৰু ভুক্তভোগী পৰিয়ালে জনোৱা মতে

বকোৰ ৰাজাবাৰী ইয়ং ব্লু ক্লাৱৰ উদ্যোগত মুকলি ব’হাগী বিদায় পৰম্পৰা আয়োজন

বকোঃ অমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন বহাগ মাহৰ হেঁপাহৰ ৰঙালী বিহুয়ে অসমীয়া জাতিসত্তাক প্ৰতিফলিত কৰে।সেয়ে বিহু ববীয়া ৰাইজে ৰঙালী বিহুৰ পৰম্পৰা পালন কৰে। বিহু উৎসৱ পালনৰ পিছতেই আদৰৰ ব'হাগীক বিদায় জনাবলৈ পালন কৰা হয় বিদায়ী সন্মিলন।

বকোতো বিশ্ব ৰেড ক্ৰছ দিৱস পালনঃ ৰেড ক্ৰছ চোছাইটিৰ সামাজিক কৰ্মৰাজীৰ ওপৰত ভিডিঅ’গ্ৰাফি প্ৰদৰ্শন

বকোঃ ‘আমি একেখন নাওৰে যাত্ৰী’- শীৰ্ষক বাণীৰে দূৰ্গত লোকৰ ওচৰত মানৱীয় তৎপৰতা প্ৰকাশ কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থা বিশ্ব ৰেড ক্ৰছ চোছাইটিৰ আজি প্ৰতিষ্ঠা দিৱস। বিশ্বৰ লগতে অসম মুলুকৰ কামৰূপ জিলাৰ বকোতো প্ৰখ্যাত সমাজ হিতৈষী জন হেনৰি ডুৰাল্টৰ

বকোত নিৰ্বাচনী ধামখুমীয়া অন্ত পৰিলঃ নেতা পালিনেতাৰ ভাষণো শেষ হ’ল, ৰাস্তা ঘাটৰহে পৰিৱৰ্তন…

বকোঃ দেশত গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰাৰ অৰ্থে সাংসদীয় নিৰ্বাচন অনুষ্ঠিত হয়। প্ৰতি পাছ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় নিৰ্বাচন। নিৰ্বাচন আহে আৰু যায়। এই বাৰো নিৰ্বাচন আহিল আৰু আজি শেষ হ'ল। নিৰ্বাচনৰ আগমুহুৰ্তত প্ৰতিটো ৰাজনৈতিক দলৰ নেতা