ashomiyapatrika.com
Browsing Category

গুৱাহাটী

কটন বিশ্ববিদ্যালয়ত ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ জন্ম দিৱস উদযাপন

গুৱাহাটীঃ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ জন্ম বাৰ্ষিকী। কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ বেদীত কটন বিশ্ববিদ্যালয় আছু গোটে শ্বহীদগৰাকীক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কটন বিশ্ববিদ্যালয় আছু গোটৰ মুখ্য

পুনৰ চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশঃ ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ…

চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি বিজেপি চৰকাৰে শিক্ষাৰ বাণিজ্যিকিকৰণ কৰিব বিচাৰিছে গুৱাহাটীঃ ‘যি সময়ত ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মানৰ নামত সমগ্ৰ শিক্ষা অভিযানে শ শ কোটি টকা ব্যয় কৰিছে, সেই সময়তে জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে

মঙলবাৰে দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র

গুৱাহাটীঃ অহা ৭ মে' মঙলবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ সংসদীয় নির্বাচন উপলক্ষে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র দর্শনার্থীসকলৰ বাবে বন্ধ থাকিব। পুনৰ ৮ মে'ৰ পৰা পূৰ্বৰ সময়সূচী অনুসৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দৰ্শনাৰ্থীসকলৰ বাবে খোলা থাকিব বুলি

কামৰূপ মহানগৰ জিলাত ১০:৫৫লাখ ভোটাৰঃ ২৬ টা আদৰ্শ ভোট কেন্দ্ৰঃ মহিলা বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত…

গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনঃ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ গুৱাহাটীঃ কাইলৈ অৰ্থাৎ ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলাৰ পাঁচটা

গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলীঃ বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ…

গুৱাহাটীঃ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আজি গুৱাহাটীত এক বিশাল বাইক ৰেলী অনুষ্ঠিত হৈ যায়। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰৰ অন্তিম দিনাখন গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা খেলপথাৰৰ পৰা লতাশিল খেলপথাৰলৈ যুৱ মৰ্চাই উলিওৱা বাইক ৰেলীৰ

গুৱাহাটীত বৃহৎ বাইক ৰেলীৰ জৰিয়তে আগতীয়াকৈ জয়ৰ মৃদং বজালে অগপই

গুৱাহাটীঃ অসম গণ পৰিষদ দলে আয়োজন কৰা এটা বৃহৎ বাইক ৰেলীত অংশগ্রহণ কৰি আজি গুৱাহাটীবাসীয়ে চলিত লোকসভা নিৰ্বাচনত এনডিএ-ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ জয়ৰ আগজাননী দিলে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনটোত এনডিএ মিত্ৰজোঁটৰ

লোকসভা নিৰ্বাচনঃ পুৱাই নুনমাটিত বিদ্যালয়ৰ সম্মুখত অভিভাৱক সকলৰ মাজত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ…

গুৱাহাটীঃ তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত গুৱাহাটী লোকসভা সামষ্টিত নিৰ্বাচনী বতাহ ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে। শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলে এইবেলি গুৱাহাটী সমষ্টিটো দখল কৰাৰ বাবে উঠি পৰি লাগিছে।

চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ

গুৱাহাটীঃ আজি ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত এখন যুৱ সমাৰোহত চাৰি সহস্ৰাধিক যুৱক যুৱতীক সম্বোধন কৰে যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু

ভোটাৰক আকৰ্ষণ কৰিবলৈ ৰিলায়েন্সৰ লগত অসমৰ নিৰ্বাচনী বিষয়াৰ বৈঠক

ভোটপ্ৰদান কৰা ক্ৰেতালৈ থাকিব ৰিলায়েন্সৰ বিশেষ ৰেহাইঃ ভোট সাব্যস্ত কৰা আঙুলিৰ চিয়াঁহী দেখুৱাই পাব ৰেহাই গুৱাহাটীঃ অহা ৭ মে’ত অসমত অনুষ্ঠিত হ’ব অসমৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন। ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি দেশত শক্তিশালী

কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান

গুৱাহাটীঃ দেশত এক সূস্থ-সবল গণতন্ত্ৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথা কামৰূপ মহানগৰ নিৰ্বাচন