ashomiyapatrika.com

খাদ্য সামগ্ৰীকে ধৰি ঔষধৰ দাম নিয়ন্ত্ৰণত ব্যৰ্থ বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰঃ চিপিআই(এম)

গুৱাহাটীঃ চি পি আই(এম)ৰ কামৰূপ মহানগৰ জিলাৰ উদ্যোগত গুৱাহাটীৰ মাজমজিয়াত আজি অত্যাৱশ্যকীয় খাদ্য বস্তু, পেট্ৰ'লজাত সামগ্ৰীকে ধৰি অন্যান্য সকলো সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিবাদত এক বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰে। জীৱনদায়িনী ঔষধকে ধৰি সকলো ঔষধৰ

কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাত আহত এপিবিএনৰ জোৱান পংকজ গগৈৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰক চৰকাৰে- ডাঃ ভবেন…

গুৱাহাটীঃ ‘যোৱা ২৪ এপ্ৰিলত হাফলঙৰ পাহাৰীয়া অঞ্চলত নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ জোৱান পংকজ গগৈ। কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত পতিত হোৱা স্বত্বেও আৰক্ষী জোৱান গৰাকীৰ চিকিৎসাৰ দায়িত্ব

বকোত লুইত পৰীয়া বা-বাতৰি গোষ্ঠীৰ উদ্যোগত গণমুখী সাংবাদিকতাৰ ধ্বজ্বাবাহী পৰাগ কুমাৰ দাসৰ মৃত্যু…

বকোঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সেৱাৰে সত্য নিষ্ঠা আৰু সাহসীকতাৰে সাংবাদিকতা কৰি নাম উজলোৱা প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ২৯ সংখ্যক মৃত্যু বাৰ্ষিকী। ৰাজ্যত গণমুখী সাংবাদিকতাৰ ধ্বজ্বাবাহী সৎ আৰু সাহসী সাংবাদিক পৰাগ কুমাৰ দাসক বিগত ১৯৯৬

প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসানঃ ৰাজ্যজুৰি শোকৰ ছাঁ

থানেশ্বৰ বড়োৰ বিয়োগত শোকাহত অগপঃ ৭ দিনলৈ দলৰ সকলো স্তৰৰ কাৰ্যালয়ত অৰ্ধনমিত কৰি ৰখা হ’ব দলীয় পতাকা ৰঙিয়াঃ অসম গণ পৰিষদ দলৰ প্ৰাক্তন সভাপতি তথা প্ৰতিষ্ঠাপক জ্যেষ্ঠ নেতা, ৰাজ্য চৰকাৰৰ ৰাজহ ও শিক্ষা বিভাগৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী থানেশ্বৰ

কামৰূপ মহানগৰ জিলাত ‘ৰাষ্ট্ৰীয় ডেংগু দিৱস’ পালন

গুৱাহাটীঃ কামৰূপ মহানগৰ জিলাৰ পূব গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত গুৱাহাটীৰ বৰা চাৰ্ভিছস্থিত উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ অধীনত তথা কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালৰ

নগাঁৱত সংবাদমেলত আপৰ অভিযোগঃ অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ

গুৱাহাটীঃ ‘সম্প্ৰতি ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, স্মাৰ্ট বৈদ্যুতিক মিটাৰৰ জ্বলা - কলা, পৌৰ কৰ বৃদ্ধি তথা জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছে। আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে

পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ ৯০তম আৱিৰ্ভাৱ তিথি উপলক্ষে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম দৰ্শন কেন্দ্ৰীয়…

গুৱাহাটীঃ পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ ৯০তম আৱিৰ্ভাৱ তিথি উপলক্ষে আজি নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় আৰু সমাজৰ সৰ্বাংগীণ মংগল কামনাৰে গুৰুজনাৰ প্ৰতি তেখেতে সভক্তিৰে সেৱা জনায়। তেখেতে উল্লেখ কৰে,

মূল্য বৃদ্ধিৰ ৰোধৰ দাবীত আমিনগাও আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আছুৰ উত্তাল প্ৰতিবাদ

গুৱাহাটীঃ সমগ্ৰ ভাৰতবৰ্ষত লোক সভা নিৰ্বাচন চলি থকা সময়তে সমগ্ৰ ৰাজ্যতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰি তুলিছে জনসাধাৰণক। মূল্য বৃদ্ধিৰ ৰোধৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ সকলো জিলা ছাত্ৰ সন্থা সমূহে

চিৰাঙৰ হজযাত্ৰীক বিদায় সম্বৰ্ধনা

কাজলগাওঁঃ পবিত্ৰ মক্কালৈ হজ কৰিবলৈ ওলোৱা চলিত বৰ্ষৰ চিৰাং জিলাৰ হজযাত্ৰীসকলক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। অইন বছৰৰ দৰে এইবেলিও চিৰাং জিলা হজ কমিটিৰ উদ্যোগত বৰতালোৱা দাৰুল উলুম মাদ্ৰাছা প্ৰাংগনত আজি দিনৰ এঘাৰ বজাত আয়োজিত এক

বাৰাণসী লোকসভা সংসদীয় সমষ্টিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোনয়ন-পত্ৰ দাখিল

মনোনয়ন পত্র দাখিল পৰ্বত অগপৰ সভাপতি অতুল বৰা আৰু ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োসহ বহু নেতা উপস্থিত আছিল গুৱাহাটীঃ উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা সংসদীয় সমষ্টিৰ বাবে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে। এই মনোনয়ন