ashomiyapatrika.com
Browsing Category

ৰাজ্য

পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ ৯০তম আৱিৰ্ভাৱ তিথি উপলক্ষে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম দৰ্শন কেন্দ্ৰীয়…

গুৱাহাটীঃ পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ ৯০তম আৱিৰ্ভাৱ তিথি উপলক্ষে আজি নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় আৰু সমাজৰ সৰ্বাংগীণ মংগল কামনাৰে গুৰুজনাৰ প্ৰতি তেখেতে সভক্তিৰে সেৱা জনায়। তেখেতে উল্লেখ কৰে,

চিৰাঙৰ হজযাত্ৰীক বিদায় সম্বৰ্ধনা

কাজলগাওঁঃ পবিত্ৰ মক্কালৈ হজ কৰিবলৈ ওলোৱা চলিত বৰ্ষৰ চিৰাং জিলাৰ হজযাত্ৰীসকলক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। অইন বছৰৰ দৰে এইবেলিও চিৰাং জিলা হজ কমিটিৰ উদ্যোগত বৰতালোৱা দাৰুল উলুম মাদ্ৰাছা প্ৰাংগনত আজি দিনৰ এঘাৰ বজাত আয়োজিত এক

বাৰাণসী লোকসভা সংসদীয় সমষ্টিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোনয়ন-পত্ৰ দাখিল

মনোনয়ন পত্র দাখিল পৰ্বত অগপৰ সভাপতি অতুল বৰা আৰু ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োসহ বহু নেতা উপস্থিত আছিল গুৱাহাটীঃ উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা সংসদীয় সমষ্টিৰ বাবে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে। এই মনোনয়ন

বকোৰ বনাঞ্চলিক এলেকাত হাতী-মানুহৰ সংঘাট দুৰ কৰিবলৈ সজাগতা অনাৰ ঘোষণা

বকোঃ জনমুৰি আয় বঢ়াৰ বাবে জন বসতি বৃদ্ধি হোৱাত বনাঞ্চল সংকুচিত হৈ পৰিছে। সেয়ে বনাঞ্চলৰ জীৱ কুলৰ লগত প্ৰায়েই সংঘাট সৃষ্টি হয় মানুহৰ। জীৱ কুলৰ বনৰীয়া হাতী আৰু মানুহৰ প্ৰায়েই সৃষ্টি হয় সংঘাট। এই সংঘাটৰ পৰিণতিত দক্ষিণ কামৰূপ জিলাৰ ভিন্ন

নিজম পৰিল ৰাজাবাৰীৰ মুকলি ব’হাগী বিদায় সন্মিলনৰ সমন্বয়ভূমিঃ কৃষ্টি সংস্কৃতিয়ে মহিয়ান কৰিলে…

বকোঃ কামৰূপ জিলাৰ বকোৰ ৰাজাবাৰী ইয়ং ব্লু ক্লাৱৰ সৌজন্যত উনৈশ সংখ্যক বাৰ্ষিক মুকলি ব'হাগী বিদায় সন্মিলনত খেল ধেমালিৰ লগতে নৃত্য গীতৰ সমাহাৰে অঞ্চলবাসীক মহিয়ান কৰিলে। উল্লেখ্য যে ‘পাহাৰো আমাৰে - ভৈয়ামো আমাৰে’ বৰলুইত মিলনৰ সাকোঁ।অতিকৈ

সোণাপুৰ চৰকাৰী বৃদ্ধাবাসত মাতৃ দিৱস উদযাপন

গুৱাহাটীঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত আৰু মনালিছা ছ'চাইটিৰ সহযোগত সোণাপুৰ চৰকাৰী বৃদ্ধাবাসত বিভিন্ন কাৰ্যসূচীৰে মাতৃ দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰন বিভাগৰ সঞ্চালক শ্ৰীযুত ভাস্কৰজ্যোতি

আপৰ লক্ষ্য ২০২৬ চনৰ বিধান সভা নিৰ্বাচন-ডাঃ ভবেন চৌধুৰী

চেঙাত আপৰ কাৰ্যালয় উদ্বোধনঃ বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ আপ গুৱাহাটীঃ ৰাজ্যৰ ১৪ টাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বেই ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া বিধান সভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আম আদমী

বকোৰ ২ নং মাকেলীত ৰামধেনু যুৱক সংঘৰ উদ্যোগত মুকলি বিহু সন্মিলনৰ বৰ্নাঢ্য আয়োজন

বকোঃ অমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন বহাগ মাহৰ হেঁপাহৰ ৰঙালী বিহুয়ে অসমীয়া জাতিসত্তাক প্ৰতিফলিত কৰে।সেয়ে বিহু ববীয়া ৰাইজে ৰঙালী বিহুৰ পৰম্পৰা পালন কৰে। এই ক্ষেত্ৰত বহু আয়োজক সমিতিয়ে মুকলি বিহু সন্মিলন আয়োজন কৰে। বিগত বছৰবোৰৰ দৰে

বকোৰ বন্দাপাৰাত বড়ো জাতীয় চাৰি সংগঠনৰ অধিবেশনৰ শুভাৰম্ভঃ মুকলি সভাৰ অতিথি – নীলকান্ত গয়াৰী

বকোঃ কামৰূপ জিলাৰ বকোৰ বন্দাপাৰাত বড়ো জাতীয় চাৰি সংগঠনৰ অধিবেশনৰ বিস্তৃত কাৰ্য্যক্ৰমণিকা আজিৰ পৰা শুভাৰম্ভ হৈছে। উল্লেখ্য যে ওখাফৌৰ শাখা বড়ো জাতীয় পৰিষদৰ অভ্যৰ্থনাত ৪০ সংখ্যক বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ অধিবেশন, ২৭ সংখ্যক বকো

বকোত বনাঞ্চলিক বিষয়াৰ অভিযানত অসাধু কাঠ ব্যৱসায়ী ৰাজেশ্বৰ ৰাভা আটকঃ জেললৈ প্ৰেৰণ

বকোঃ ৰাজ্যৰ বনজ সম্পদ সুৰক্ষাৰ দায়িত্বত থকা বন সুৰক্ষা বিষয়াৰ তালাচীত হাতে লোতে ধৰা পৰিল এগৰাকী বন ধ্বংসকাৰী। প্ৰাপ্ত খৱৰ মতে কামৰূপ জিলাৰ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়াৰ এলেকা হালধিপাৰাৰ বনাঞ্চলত মুল্যবান শাল গছ কাটি থকা অৱস্থাত এজন