ashomiyapatrika.com

নগাঁৱত সংবাদমেলত আপৰ অভিযোগঃ অত্যাৱশকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ

গুৱাহাটীঃ ‘সম্প্ৰতি ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, স্মাৰ্ট বৈদ্যুতিক মিটাৰৰ জ্বলা - কলা, পৌৰ কৰ বৃদ্ধি তথা জীৱন দায়িনী ঔষধৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জ্বলাকলা খুৱাইছে। আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে

পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ ৯০তম আৱিৰ্ভাৱ তিথি উপলক্ষে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম দৰ্শন কেন্দ্ৰীয়…

গুৱাহাটীঃ পৰমগুৰু কৃষ্ণগুৰু ঈশ্বৰৰ ৯০তম আৱিৰ্ভাৱ তিথি উপলক্ষে আজি নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় আৰু সমাজৰ সৰ্বাংগীণ মংগল কামনাৰে গুৰুজনাৰ প্ৰতি তেখেতে সভক্তিৰে সেৱা জনায়। তেখেতে উল্লেখ কৰে,

মূল্য বৃদ্ধিৰ ৰোধৰ দাবীত আমিনগাও আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আছুৰ উত্তাল প্ৰতিবাদ

গুৱাহাটীঃ সমগ্ৰ ভাৰতবৰ্ষত লোক সভা নিৰ্বাচন চলি থকা সময়তে সমগ্ৰ ৰাজ্যতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰি তুলিছে জনসাধাৰণক। মূল্য বৃদ্ধিৰ ৰোধৰ বিৰুদ্ধে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ সকলো জিলা ছাত্ৰ সন্থা সমূহে

চিৰাঙৰ হজযাত্ৰীক বিদায় সম্বৰ্ধনা

কাজলগাওঁঃ পবিত্ৰ মক্কালৈ হজ কৰিবলৈ ওলোৱা চলিত বৰ্ষৰ চিৰাং জিলাৰ হজযাত্ৰীসকলক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। অইন বছৰৰ দৰে এইবেলিও চিৰাং জিলা হজ কমিটিৰ উদ্যোগত বৰতালোৱা দাৰুল উলুম মাদ্ৰাছা প্ৰাংগনত আজি দিনৰ এঘাৰ বজাত আয়োজিত এক

বাৰাণসী লোকসভা সংসদীয় সমষ্টিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোনয়ন-পত্ৰ দাখিল

মনোনয়ন পত্র দাখিল পৰ্বত অগপৰ সভাপতি অতুল বৰা আৰু ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োসহ বহু নেতা উপস্থিত আছিল গুৱাহাটীঃ উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা সংসদীয় সমষ্টিৰ বাবে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে। এই মনোনয়ন

মিৰ্জাস্থিত ডাৰউইন একাডেমীৰ উত্তীৰ্ণ হাৰ ৯৯.২ শতাশ

মিৰ্জাঃ অলপতে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত শৈক্ষিক প্ৰতিষ্ঠান ডাৰউইন একাডেমীৰ পৰা এইবেলি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলক শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্তৃপক্ষৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন

বকোৰ বনাঞ্চলিক এলেকাত হাতী-মানুহৰ সংঘাট দুৰ কৰিবলৈ সজাগতা অনাৰ ঘোষণা

বকোঃ জনমুৰি আয় বঢ়াৰ বাবে জন বসতি বৃদ্ধি হোৱাত বনাঞ্চল সংকুচিত হৈ পৰিছে। সেয়ে বনাঞ্চলৰ জীৱ কুলৰ লগত প্ৰায়েই সংঘাট সৃষ্টি হয় মানুহৰ। জীৱ কুলৰ বনৰীয়া হাতী আৰু মানুহৰ প্ৰায়েই সৃষ্টি হয় সংঘাট। এই সংঘাটৰ পৰিণতিত দক্ষিণ কামৰূপ জিলাৰ ভিন্ন

নিজম পৰিল ৰাজাবাৰীৰ মুকলি ব’হাগী বিদায় সন্মিলনৰ সমন্বয়ভূমিঃ কৃষ্টি সংস্কৃতিয়ে মহিয়ান কৰিলে…

বকোঃ কামৰূপ জিলাৰ বকোৰ ৰাজাবাৰী ইয়ং ব্লু ক্লাৱৰ সৌজন্যত উনৈশ সংখ্যক বাৰ্ষিক মুকলি ব'হাগী বিদায় সন্মিলনত খেল ধেমালিৰ লগতে নৃত্য গীতৰ সমাহাৰে অঞ্চলবাসীক মহিয়ান কৰিলে। উল্লেখ্য যে ‘পাহাৰো আমাৰে - ভৈয়ামো আমাৰে’ বৰলুইত মিলনৰ সাকোঁ।অতিকৈ

সোণাপুৰ চৰকাৰী বৃদ্ধাবাসত মাতৃ দিৱস উদযাপন

গুৱাহাটীঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত আৰু মনালিছা ছ'চাইটিৰ সহযোগত সোণাপুৰ চৰকাৰী বৃদ্ধাবাসত বিভিন্ন কাৰ্যসূচীৰে মাতৃ দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰন বিভাগৰ সঞ্চালক শ্ৰীযুত ভাস্কৰজ্যোতি

আপৰ লক্ষ্য ২০২৬ চনৰ বিধান সভা নিৰ্বাচন-ডাঃ ভবেন চৌধুৰী

চেঙাত আপৰ কাৰ্যালয় উদ্বোধনঃ বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ আপ গুৱাহাটীঃ ৰাজ্যৰ ১৪ টাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বেই ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া বিধান সভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আম আদমী