ashomiyapatrika.com

২২৫ জন অবৈধ প্ৰব্ৰজনকাৰীক কৰায়ত্ত উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ

গুৱাহাটীঃ অবৈধ প্ৰব্ৰজনকাৰী (বাংলাদেশী আৰু ৰহিংগীয়া) চিনাক্ত কৰাৰ যুঁজ অব্যাহত ৰাখি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰে'লৱে সুৰক্ষা বাহিনীয়ে ২০২৪ বৰ্ষৰ ০১ জানুৱাৰীৰ পৰা ১৫ আগষ্ট পৰ্যন্ত উত্তৰ পূব সীমান্ত ৰে'লৱেৰ বিভিন্ন ষ্টেচনত তালাচী চলাই ২২৫

মন্ত্ৰী অশোক সিংহল, যোগেন মহনৰ লগতে কেইবাগৰাকীও বিধায়কৰ উপস্থিতিত অসম নগৰ আৰু গাঁও পৰিকল্পনা…

ৰাজ্যৰ ১১ খনকৈ চহৰৰ মাষ্টাৰপ্লেনত অনুমোদন গুৱাহাটীঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহল, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন আৰু কেইবাগৰাকীও বিধায়কৰ উপস্থিতিত আজি জনতা ভৱনত অসম নগৰ আৰু

কামৰূপ মহানগৰ জিলাত অভিভাৱক মন্ত্ৰীৰ পৰ্যালোচনা বৈঠকঃ নিৰ্ধাৰিত সময়ত আঁচনি ৰূপায়ণত গুৰুত্ব মন্ত্ৰী…

গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ কৃষি,পশুপালন আৰু পশু চিকিৎসা,অসম চুক্তি ৰূপায়ন ইত্যাদি বিভাগৰ মন্ত্ৰী তথা কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত এখন বিভাগীয় পৰ্যালোচনা বৈঠক অনুস্থিত হয়।

পৰিবেশ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমৰ দিছপুৰ সংমণ্ডলত পাৰিষদৰ মাজত গছপুলি বিতৰণ

গুৱাহাটীঃ অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাইজৰ মাজত পৰিৱেশ সংৰক্ষণৰ বাবে ৰাজ্যজুৰি আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি গুৱাহাটী পৌৰ নিগমৰ দিছপুৰ সংমণ্ডলৰ অধীনৰ ১২ টা ৱাৰ্ডৰ পাৰিষদ সকলৰ মাজত অসমৰ

তিনিচুকীয়াত বিজেপিৰ কাৰ্যকৰ্তাৰ সৈতে হৰ ঘৰ তিৰংগা অভিযানৰ বাইক ৰেলীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ…

এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা আগবঢ়াবলৈ দেশৰ গৌৰৱময় ৭৮তম স্বাধীনতা দিৱসত আমি সংকল্প ল'ব লাগিব তিনিচুকীয়াঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়াত হৰ ঘৰ তিৰংগা

ভিনেশ ফোগাটে কোটি কোটি ভাৰতীয়ৰ মন জয় কৰিছেঃ ৰাতুল শৰ্মা

অসম মল্লযুঁজ সন্থাৰ সভাপতিৰ প্ৰতিক্ৰিয়া গুৱাহাটীঃ পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হ'লেও কোটি কোটি ভাৰতীয়ৰ মন জয় কৰিবলৈ সক্ষম হৈছে মহিলা মল্লযুঁদ্ধা ভিনেশ ফোগাট, এই মন্তব্য অসম ৰেষ্টলিং সন্থাৰ সভাপতি ৰাতুল শৰ্মাৰ। ছেমি ফাইনেলত দুৰ্দান্ত

স্মাৰ্ট চিটীৰ নামত গুৱাহাটীত ৮০২ কোটি টকা ক’ত ব্যয় কৰিলে? শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ

মন্ত্ৰী অশোক সিংঘালৰ নেতৃত্বত গুৱাহাটীত চলিছে অবৈধ গৃহ নিৰ্মাণৰ বেহা গুৱাহাটীঃ গুৱাহাটীত কৃত্ৰিম বানত গাড়ী আৰু আন সম্পত্তি নষ্ট হোৱা লোকসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছে। গুৱাহাটীত বানত অৱৰুদ্ধ হৈ থকাৰ সময়ত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ অসমৰ এনডিএৰ সাংসদসকলৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ এক নতুন যুগৰ সূচনা হৈছেঃ সৰ্বানন্দ সোণোৱাল নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি নতুন দিল্লীত সাক্ষাৎ কৰে কেন্দ্ৰীয়

মুখ্যমন্ত্ৰী, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ পদত্যাগ দাবী

মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আজি আম আদমী পাৰ্টিৰ বহুসংখ্যক নেতা, কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। আপৰ নেতা ৰমেন

শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ জাননী

গুৱাহাটীঃ মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা  বানৰ বাবে কাইলৈ অৰ্থাৎ অহা ৬ আগষ্ট ২০২৪ (মংগলবাৰ)ত গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনস্থ  সকলো চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান- মহাবিদ্যালয়, কোচিং চেণ্টাৰসহ কামৰূপ মহানগৰ