ashomiyapatrika.com
Browsing Tag

Rituparna sarma Kabita

উত্তৰনৰ জীয়া মালাধাৰী

অফুৰন্ত দুখত নিমজ্বিতদু‌‌:স্থজনৰ আস্থাহীন অস্তিত্ববিৰোধৰ কণ্ঠ ৰোধ কৰিবলৈপায় সুযোগ অবিঘ্নিতসপোনবোৰ থিতাপি লয় হৃদয়ৰ মাজতশব্দৰ গুঁঠিৰ মায়াজালতঅন্তৰীক্ষৰ শব্দৰ জ্যোতিস্কতচিনাকি সুৰৰ মায়াবী নিশাস্বপ্নদ্ৰষ্টা স্ফীত দৃশ্যপতএলান্ধুত ভৱিষ্যত