ashomiyapatrika.com
Browsing Tag

reaction

ভিনেশ ফোগাটে কোটি কোটি ভাৰতীয়ৰ মন জয় কৰিছেঃ ৰাতুল শৰ্মা

অসম মল্লযুঁজ সন্থাৰ সভাপতিৰ প্ৰতিক্ৰিয়া গুৱাহাটীঃ পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হ'লেও কোটি কোটি ভাৰতীয়ৰ মন জয় কৰিবলৈ সক্ষম হৈছে মহিলা মল্লযুঁদ্ধা ভিনেশ ফোগাট, এই মন্তব্য অসম ৰেষ্টলিং সন্থাৰ সভাপতি ৰাতুল শৰ্মাৰ। ছেমি ফাইনেলত দুৰ্দান্ত

চাৰিটা বাওঁপন্থী দলৰ অভিমতঃ কংগ্ৰেছৰ অকলে আগবঢ়াৰ নীতিয়ে বিজেপিক লাভান্বিত কৰিব

গুৱাহাটীঃ অসমৰ পাঁচটা বিধান সভা সমষ্টিৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ দলে অকলশৰীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে যি নীতি গ্ৰহণ কৰিছে, তাৰ দ্বাৰা ৰাজ্যখনত ক্ৰমাৎ জনবিচ্ছিন্ন হ'ব ধৰা বিজেপি আৰু তেওঁলোকৰ সহযোগী দলবোৰহে লাভৱান হ'ব।

ৰাজ্যত অপৰিবৰ্তিত বান পৰিস্থিতিঃ দেশৰ অষ্টলক্ষ্মী বানত বিধস্ত, খবৰ ল’বলৈ সময় নাই দেশৰ…

অন্য ৰাজ্যই যদি বৃহৎ পেকেজ পাই তেন্ত অসমে কিয় নাপাব? গুৱাহাটীঃ ৰাজ্যত প্ৰতিবছৰে ৫০ লক্ষাধিক জনসাধাৰণ বান-খহনীয়াত ক্ষতিগ্রস্ত হৈ আহিছে। প্রায় সকলো জিলাই এই বানৰ কবলত পৰে। বানৰ কবলত প্ৰতিবছৰে বহু লোক মৃত্যুমুখতো পৰিছে। লগতে হাজাৰ হাজাৰ

সাংবাদিক কাঞ্চনজ্যোতি গোহাইক আক্ৰমণৰ ঘটনাঃ অভিযুক্ত মটক যুৱ ছাত্ৰ সন্মিলৰ দুই বিষয় ববীয়াক বহিস্কাৰৰ…

গুৱাহাটী, ৭মেঃ শেহতীয়াকৈ হৈ যোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ ৰাজ্যৰ কেইবাটাও সাংবাদিক সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তথ্য অনুসৰি শনিবাৰে লাহোৱালৰ ঘোঁৰামৰাত এটা অবৈধ ৰাসায়নিক সাৰ ব্যৱসায়ীৰ চক্ৰৰ বাবে ৰাসায়নিক সাৰ কঢ়িয়াই অনা এখন বাহনক প্ৰশ্ন

ষ্টিফেন লাক্ৰাৰ আক্ৰমণক অসম জাতীয় পৰিষদৰ গৰিহণা

গুৱাহাটীঃ সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ উপদেষ্টা ষ্টিফেন লাক্ৰাক কোকৰাঝাৰত ইউ পি পি এল দলৰ একাংশ কৰ্মী সমৰ্থকে কৰা শাৰীৰিক নিগ্ৰহৰ ঘটনাক অসম জাতীয় পৰিষদে গৰিহণা দিয়ে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক

আপৰ গুৱাহাটী কাৰ্যালয়ত আৰক্ষী মোতায়েনঃ প্ৰশাসনৰ ভূমিকাক স্বৈৰতান্ত্ৰিক আখ্যা আপৰ

আৰক্ষী মোতায়েনৰ জৰিয়তে ভীতি প্ৰদৰ্শনৰ অভিযোগ গুৱাহাটীঃ আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত বৃহস্পতিবাৰে হঠাতে আৰক্ষী মোতায়েন কৰাৰ বিৰুদ্ধে সৰৱ হ'ল দলৰ ৰাজ্যিক নেতৃত্ব। দেশৰ সাধাৰণ নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পিছত প্ৰথমে আপৰ ৰাষ্ট্ৰীয়

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰঃ একত্ৰীকৰণৰ নামত বিদ্যালয়ৰ পাছত মহাবিদ্যালয় বন্ধ কৰিবলৈ দিয়া নহব

অদক্ষ শিক্ষামন্ত্রীয়ে পদত্যাগ কৰক গুৱাহাটীঃ ৰাজ্যত শীঘ্ৰে বন্ধ কৰি দিয়া হব ৭৯ খন চৰকাৰী মহাবিদ্যালয়৷ সেই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিৰাজু বৰা, দেৱেন শৰ্মা, কাৰ্যকৰী সভাপতি মুকুট ডেকা, ৰাজুৰাজ বৰপাত্ৰগোঁহাই, ৰাতুল হুচেইন,

অসমৰ উন্নতিতকৈ চীনৰ দালালী এতিয়া আলফা (স্বা)ৰ মুখ্য বিষয়ঃ হিন্দু যুৱ ছাত্ৰ

গুৱাহাটীঃ স্বাধীন অসমৰ দাবী তোলা আলফা স্বাধীনে এতিয়া গুণ্ডা ৰাষ্ট্র চীনৰ দালালী কৰাতহে অধিক গুৰুত্ব আৰোপ কৰিছে। এই মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ। আজি বাতৰি কাকতলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতিত আলফা স্বাধীনক এনেদৰে সমালোচনা কৰি সংগঠনটোৰ

লেহেমীয়া-আসোঁৱাহপূৰ্ণ পথ নিৰ্মাণৰ পৰিণতিতে দেৰগাঁৱৰ দুৰ্ঘটনাঃ ৰাজ্যজুৰি শোকৰ ছাঁ, অজাপৰ ক্ষোভ প্ৰকাশ

নিহতৰ পৰিয়াললৈ ১৫ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জাতীয় পৰিষদৰঃ অবৈধ কয়লা পৰিবাহী ট্ৰাক আঢ়ৈশ কিলোমিটাৰ দূৰৰ দেৰগাঁৱলৈকে কেনেকৈ আহিবলৈ পালে – ডিজিপিয়ে উত্তৰ দিয়ক গুৱাহাটীঃ দেৰগাৱত সংঘটিত পথ দুৰ্ঘটনাক লৈ ৰাজ্যজুৰি শোকাকুল পৰিৱেশে বিৰাজ

মদাহী সকল কছাৰী হ’ব নোৱাৰেঃ বাবুল চন্দ্ৰ ৰাভা

ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল ৰাভা জাতীয় পৰিষদ বকোঃ ৰাজ্যৰ স্থায়ী জনগোষ্ঠী সমূহৰ অন্যতম মদাহী জনগোষ্ঠীটো পূৰ্বৰ পৰাই ৰাভা সকলোৰ ঠাল, ই ভিন্ন নহয়। ৰাভা জনগোষ্ঠীৰে অভিন্ন উপ জাতি। ইয়াক চৰকাৰেহে ভিন্ন কৰিব বিচাৰিছে