ashomiyapatrika.com
Browsing Tag

gourisagar

ছাত্ৰ সমাজৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ সফল সামৰণি

গৌৰীসাগৰঃ অসম উদয়াদিত্যৰ উপদেষ্টা অনন্ত কুমাৰ ভুঞাৰ ব্যতিক্ৰমী চিন্তাৰে অসম উদয়াদিত্য গোষ্ঠীৰ উদ্যোগত জনসেৱা বঁটাৰে বিভূষিত শিৱসাগৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী ৰমা গগৈ আৰু বিশিষ্ট লেখক তথা আৰক্ষী বিষয়া তাহেৰউদ্দিন আহমেদৰ সহযোগত ভাৰ্চুৱেলী

শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ দ্বি বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

গৌৰীসাগৰঃ সদৌ অসম লেখিকা সমাৰোহ সমিটিৰ অন্তৰ্গত শিৱসাগৰ জিলা সমিটিৰ আজি দিনজোৰা কায্যসূচীৰে অনুষ্ঠিত দ্বি বাৰ্ষিক অধিবেশন খনিৰ সফল সামৰণি পৰে। দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত অনুষ্ঠিত অধিবেশনখনিৰ পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰা

শিৱসাগৰ জিলাৰ লেখিকা সমাৰোহৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন আয়োজন

গৌৰীসাগৰঃ শিৱসাগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত অহা ২৩ মার্চ দিনা দিখৌমুখ মহাবিদ্যালয়ত দিনজোৰা বর্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰ জিলাৰ লেখিকা সমিতিৰ অধিৱেশন আয়োজন কৰা হৈছে। পুৱা ৮.৩০ বজাৰ পৰা

কোঁৱৰপুৰত বিহু কৰ্মশালা শুভাৰম্ভ

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ বলিয়াঘাটত অৱস্থিত কৃষ্টি বিকাশ সমাজ প্ৰেক্ষাগৃহত দহদিনীয়াকৈ বিহু কৰ্মশালা খনি আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অৱসৰী প্ৰধান শিক্ষক সূৰ্য বৰুৱাই৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কৃষ্টি বিকাশ সমাজৰ

ৰাজ্যিক পৰ্য্যায়ত ছাত্ৰ সমাজৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা আয়োজন

গৌৰীসাগৰঃ অসম উদয়াদিত্যৰ উপদেষ্টা অনন্ত কুমাৰ ভুঞাৰ ব্যতিক্ৰমী চিন্তাৰে অসম উদয়াদিত্য গোষ্ঠীৰ উদ্যোগত জনসেৱা বঁটাৰে বিভূষিত শিৱসাগৰ জিলাৰ বিশিষ্ট সমাজকৰ্মী ৰমা গগৈ আৰু বিশিষ্ট লেখক তথা আৰক্ষী বিষয়া তাহেৰউদ্দিন আহমেদৰ সহযোগত ভাৰ্চুৱেলী

কেন্দ্ৰীয় মুগা এৰি গৱেষণা ও প্ৰশিক্ষণ প্ৰতিস্থানৰ উদ্যোগত ৰূদ্ৰসাগৰ পঞ্চায়তত এৰি পালন সম্পৰ্কীয়…

গৌৰীসাগৰঃ যোৰহাট লাহদৈগড়স্থিত কেন্দ্ৰীয় মুগা এৰি গৱেষণা ও প্ৰশিক্ষণ প্ৰতিস্থানৰ উদ্যোগত আৰু শিৱসাগৰ ৰেচম কায্যালয়ৰ সহযোগত আজি এৰি পালন সম্পৰ্কীয় এক প্ৰশিক্ষণ কায্যসূচী সম্পন্ন হয়। গৌৰীসাগৰ উন্নয়ন খণ্ডৰ আন্তৰ্গত ৰূদ্ৰসাগৰ গাওঁ

কছাৰীজান গাঁৱত ৰাজনৈতিক দলৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা

স্বাধীনতা ৭৬ বছৰে একমাত্ৰ মূল পথৰ উন্নয়ন নোহোৱাত ৰাইজৰ ক্ষোভ গৌৰীসাগৰঃ আমগুৰি বিধান সভা সমষ্টিৰ মোমাই তামুলী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ কছাৰী জান গাঁৱৰ ৰাইজে চৰকাৰৰ কোনো উন্নয়নমুলক আঁচনিৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই৷ কংগ্ৰেছৰ ১৫

শিৱসাগৰত শিক্ষাৰ্থীৰ মাজত আৰণ্যকৰ শগুন সংৰক্ষণ সজাগতামূলক পদক্ষেপ

গৌৰীসাগৰঃ দেশৰ অন্যতম আগশাৰীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে শেহতীয়াকৈ বিভিন্ন কাৰণত দ্ৰুতগতিত হ্ৰাস পোৱা শগুনৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাক লৈ শিৱসাগৰ জিলাৰ হাফলুটিং হাইস্কুলৰ শিক্ষাৰ্থী সকলৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত কৰে। বিদ্যালয়খনৰ

ফুলপানীছিগাৰ ৯৪ সংখ্যক ৰাস মহোৎসৱৰ হিচাব দাখিলঃ ২,৪৩,৯৫১ টকা ৰাহি

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ বৃহত্তৰ জাঁজী- ফুলপানীছিগা অঞ্চলৰ অন্যতম পুৰণি আধ্যাত্মিক তথা বৌদ্ধিক অনুষ্ঠান ফুলপানীছিগা আঞ্চলিক ৰাসমহোৎসৱ বৰনামঘৰ আৰু কলা কৃষ্টি কেন্দ্ৰত যোৱা ২৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা

গৌৰীসাগৰত পথ দুৰ্ঘটনাঃ উদণ্ড বাইক চালকৰ খুন্দাত নকটানিৰ শিক্ষক যতীন বৰাৰ মৃত্যু

গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ পৰা কিছু নিলগৰ গৌৰীসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মূখত আজি সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত যতীন বৰা(৩৯) নামৰ এজন শিক্ষকৰ মৃত্যু হয়।ঘটনাৰ বিৱৰণী মতে বলীয়াঘাট শংকৰদেৱ বিদ্যা মন্দিৰত শিক্ষকতা