ashomiyapatrika.com
Browsing Tag

Boko

বকো ছোৱালী হাইস্কুলত শিক্ষা সংযোগ কাৰ্য্যসুচী ৰূপায়ণ

বকোঃ ৰাজ্যৰ শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত আৰু বকো ছোৱালী হাইস্কুলৰ সহযোগত অনুসুচীত জাতি-জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ বাবে শিক্ষা সংযোগ কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়। বকো ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক জ্ঞানেন্দ্ৰ কলিতাই জনোৱা

বকোৰ গামেৰীমুৰাত বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ প্ৰস্তূতিঃ লাইখুটা স্থাপন

বকোঃ বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আৰু মহিলা সন্মিলনীৰ উদ্যোগত, গামেৰীমুৰা কোচ জ্ঞাতী গাওঁ শাখাৰ সহযোগত বকোৰ গামেৰীমুৰাত আয়োজন কৰা হৈছে চিলাৰায় দিৱস। গামেৰীমুৰা গঞা ৰাইজৰ সহযোগত অহা ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত দুই দিনীয়া বৰ্ণাঢ্য

বকোৰ বেকেলী মৌজা ৰাভা জাতীয় পৰিষদ ; ৰাভা জাতীয় মহিলা পৰিষদ আৰু ৰাভা সাহিত্য সভাৰ অধিৱেশন সম্পন্ন

বকোঃ অনুন্নত আৰু সংখ্যালঘু জনগোষ্ঠীক সুৰক্ষিত আৰু বিকাশৰ বাবে সংৰক্ষণৰ অতি আৱশ্যক সেয়ে ৰাভা হাছং এলেকাক ষষ্ঠ অনুসুচীত অন্তৰ্ভুক্ত কৰিব লাগে। এই বক্তব্য কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই। উল্লেখ্য

বকো শতদল শাখা সাহিত্য সভাৰ ৬৩ সংখ্যক বিশেষ বাৰ্ষিক অধিবেশন সম্পন্ন

বকোঃ ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বাণীৰে অসম সাহিত্য সভাৰ নীতি নিৰ্দেশনা অনুসাৰে পৰিচালিত কামৰূপ জিলাৰ বকো সাহিত্য সভা (শতদল) শাখাৰ ৬৩ সংখ্যক বিশেষ বাৰ্ষিক অধিবেশন খন আজি সম্পন্ন হয়। বকো সাহিত্য সভা ভৱনত দিনযোৰা কাৰ্য্যক্ৰমণিকাৰে

বকোৰ কুৰশালাত ভূমি বিবাদৰ নায়ক গাওঁ প্ৰধানঃ এডৰা মাটি বিক্ৰীৰ পিছতো পুনৰ ধনদাবী

বকোঃ কামৰূপ জিলাৰ ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহ গাওঁ কুৰশালাত এডৰা ভূমিৰ ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত চলিছে শীতল যুদ্ধ। প্ৰাপ্ত তথ্য অনুসৰি কুৰশালা গাঁওৰ গাওঁ প্ৰধান সুৰ্য্য কলিতাৰ পৰিয়াল আৰু একে গাওঁৰে কমলেশ্বৰ কলিতাৰ পৰিয়ালৰ মাজত

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ পূজিৰে কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে উদ্ধোধন কৰিলে যুৱক…

বকোঃ ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে আজিৰ দিনটোত উদ্ধোধন কৰিলে এটা যুৱক সংঘৰ কাৰ্য্যালয়। পৰিষদ খনৰ ২৩ নং পৰিষদীয় সমষ্টিৰ পাৰিষদ গৰাকীয়ে আজি বকোৰ জালুকবাৰীৰ কৈৱৰ্ত্ত

বকোত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ কামৰূপ জিলা সমিতি গঠন সম্পৰ্কে সভা

বকোঃ ৰাজ্যৰ খিলঞ্জীয়া জাতি উপ জাতি সমুহৰ স্বকীয় সংস্কৃতি সুদৃঢ় ৰূপত সংৰক্ষণ কৰাৰ লক্ষ্যৰে গঠিত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ এখন বিশেষ সভা কামৰূপ জিলাৰ বকোত অনুষ্ঠিত হয়। আজি দিনৰ ভাগত বকোস্থিত চিলাৰায় ভৱনত অনুষ্ঠিত হোৱা সভাৰ আত

চি এম এলৰ উদ্যোগত বকো ছোৱালী হাইস্কুলত শুভ পিৰিয়ড দিৱস উদযাপন

বকোঃ চেন্টাৰ ফৰ মাইক্ৰোফাইনেন্স এণ্ড লাইভলিহুড চমুকৈ চি এম এৰ নামৰ বেচৰকাৰী প্ৰতিষ্ঠানৰ উদ্যোগত মহিলাৰ মাহেকীয়া স্বাস্থ্য ব্যৱস্থাপনা দলে ৫ ফেব্ৰুৱাৰীত বকো ছোৱালী হাইস্কুলত শুভ পিৰিয়ড দিৱস পালন কৰে। উল্লেখ্য যে অনুষ্ঠান টোৰ লক্ষ্য হ'ল এক

বকোত সুস্বাদু খাদ্যৰ ভাণ্ডাৰত নৱ সংযোজন ডেডিকেট হোটেল এণ্ড ৰেষ্টুৰেন্টৰ শুভ উদ্ধোধন

বকোঃ আধুনিক কাৰিকৰী ডিজাইন আৰু মনোমোহা ৰূপত নিৰ্মাণ কৰি আজিৰ পৰা গ্ৰাহকৰ বাবে মুকলি কৰিলে এখন সুস্বাদু খাদ্যৰ ভাণ্ডাৰ। কামৰূপ জিলাৰ বকোত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নিৰ্মাণ কৰা ডেডিকেট হোটেল এণ্ড ৰেষ্টুৰেন্ট নামৰ দোকান। আজি এক জনসমাগমৰ

কোচ ৰাজবংশী সকলৰ বিকাশৰ লক্ষ্যৰে ৰাজনৈতিক কুচ – কাৱাজ আৰম্ভঃ গুৱাহাটী প্ৰেছ ক্লাৱত সন্মিলনীৰ…

বকোঃ ৰাজ্যৰ ইতিহাস প্ৰসিদ্ধ জনগোষ্ঠী কোচ ৰাজবংশী সকলোক অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা দীৰ্ঘদিনীয়া দাবীটো পুৰণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় আজি সংবাদ মেল আয়োজন কৰে। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাৱত