Browsing Category
দেশ
শাৰদীয় উৎসৱৰ উলাহৰ মাজতে অসম গ্রন্থমেলা, বাংগালোৰ আৰম্ভ
বেংগালুৰুঃ শাৰদীয় দুর্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে আজি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত তথা অসম এছচিয়েশান বেংগালুৰুৰ সহযোগত আয়োজিত অসম গ্রন্থমেলা বাংগালোৰৰ শুভ উদ্বোধন কৰা হয়। দূৰদৰ্শনৰ প্ৰাক্তন…
আয়ুৰ্বেদৰ বিজ্ঞানে মানৱ সমাজক সুস্থতা লাভৰ অভিনৱ পথৰ সন্ধান দিছেঃ সৰ্বানন্দ সোণোৱাল
আয়ুষ মন্ত্ৰালয়ৰ মাহজোৰা আয়ুৰ্বেদ উদযাপন অভিযানৰ শুভাৰম্ভঃ ১০ নৱেম্বৰত ‘এক স্বাস্থ্যৰ বাবে আয়ুৰ্বেদ' বিষয়বস্তুক লৈ অষ্টম আয়ুৰ্বেদ দিৱস উদযাপন কৰা হ'ব
নতুন দিল্লীঃ কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ…
নীতা আম্বানিক ‘চিটিজেন অৱ মুম্বাই’ বঁটা
মুম্বাইঃ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীলৈ চিটিজেন অফ মুম্বাই বঁটা৷ ৰ’টাৰী ক্লাব অৱ ব’ম্বেৰ পৰা সন্মানীয় ‘চিটিজেন অৱ মুম্বাই ২০২৩-২৪’ বঁটা লাভ কৰে নীতা আম্বানিয়ে৷ দেশৰ স্বাস্থ্যসেৱা, শিক্ষা, ক্ৰীড়া, কলা আৰু সংস্কৃতিৰ…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিজৰ ঘৰেই নাই ! গুজৰাটত প্ৰধানমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি
চন্দ্ৰ কুমাৰ শইকীয়াঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিজা ঘৰ এটাও নৰই৷ এই কথা নিজমুখে স্বীকাৰ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে কয় যে তেওঁৰ নামত ঘৰ নাই, কিন্তু তেওঁৰ চৰকাৰে দেশৰ লাখ লাখ…
কাইলৈৰ পৰা গোৱাত ভাৰতৰ প্ৰথম লাইটহাউছ উৎসৱৰ শুভাৰম্ভণি
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে আগুআদা দুৰ্গ লাইটহাউছত ঐতিহাসিক উৎসৱটোৰ শুভ উদ্বোধন কৰিব
পাঞ্জিমঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ দুৰ্গ…
নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত নতুন দিল্লীৰ ৰামলীলা ময়দান উত্তাল…
গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ নতুন পেন্সন নীতিৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্যতম ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এমম্পইজ ইউনিয়নে। ইউনিয়নে বিগত সম়য়চোৱাত নতুন পেন্সন নীতি বাতিল কৰা আৰু পুৰণি…
দিল্লী প্ৰেছ ক্লাৱত ১১ বিৰোধী দলৰ সংবাদমেলঃ সমষ্টি পুনৰ নিৰ্ধাৰনৰ খচৰা মানি নোলোৱাৰ হুংকাৰ
ডিলিমিটেচন বিৰোধী আন্দোলনক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব সন্মিলিত বিৰোধীয়েঃ ৰাজপথৰ আন্দোলন আৰু আইনী যুঁজ সমান্তৰালভাৱে চলিব, নিৰ্বাচন আয়োগৰ ওপৰতো তীব্ৰ অসন্তুষ্টি প্ৰকাশ
নতুন দিল্লীঃ অসমৰ সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াৰ বিৰিদ্ধে চলা আন্দোলনক…
দেশৰ ৭৫টা লাইটহাউছক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ অভিযানৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ…
দ্বাৰকাঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুজৰাটৰ দ্বাৰকা, গোপনাথ আৰু ভেৰাভালত তিনিটা ঐতিহাসিক লাইটহাউছৰ শুভ উদ্বোধন কৰে। এই লাইটহাউছবোৰ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰি পুনৰ নিৰ্মাণ কৰা হৈছে।…
মুম্বাইত শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেৰ সৈতে অসম জাতীয় পৰিষদৰ বৈঠক
দেশৰ আঞ্চলিক দলসমূহৰ মাজত সমন্বয় স্থাপনত ঐক্যমত প্ৰকাশঃ অদূৰ ভৱিষ্যতে অসম ভ্ৰমণৰ ইচ্ছা প্ৰকাশ উদ্ধৱ থাকৰেৰ
মুম্বাইঃ আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ দেশৰ ৰাজনৈতিক বতাহ উত্তপ্ত হৈ থকাৰ মাজতে আজি অসম জাতীয় পৰিষদ দলৰ নেতৃবৃন্দই…