প্ৰথমবাৰৰ বাবে চাহ জনগোষ্ঠী আৰু আদিবাসী লোকৰ ভাষাত যুৱ নাট্য সমাৰোহৰ আয়োজন
গুৱাহাটীঃ অসমৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ নিজস্ব ভাষা সংস্কৃতিৰ বিকাশৰ ধাৰাক অধিক তৰান্বিত কৰাৰ লক্ষ্যৰে আৰু ইয়াৰ সমৃদ্ধ সংস্কৃতিৰ সম্যক পৰিচয় তুলি ধৰাৰ প্ৰয়াসেৰে ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ, অসম চৰকাৰৰ উদ্যোগত আৰু!-->…