অসমৰ উন্নতিতকৈ চীনৰ দালালী এতিয়া আলফা (স্বা)ৰ মুখ্য বিষয়ঃ হিন্দু যুৱ ছাত্ৰ
গুৱাহাটীঃ স্বাধীন অসমৰ দাবী তোলা আলফা স্বাধীনে এতিয়া গুণ্ডা ৰাষ্ট্র চীনৰ দালালী কৰাতহে অধিক গুৰুত্ব আৰোপ কৰিছে। এই মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ। আজি বাতৰি কাকতলৈ প্রেৰণ কৰা এক প্ৰেছ বিবৃতিত আলফা স্বাধীনক এনেদৰে সমালোচনা কৰি সংগঠনটোৰ!-->…