ashomiyapatrika.com
Browsing Tag

tree plantation

খনাখোকোৰাত অসম বিজ্ঞান সমিতিৰ গৌৰীসাগৰ- দিখৌমুখ শাখা আৰু খনাখোকোৰা হাইস্কুলৰ ই’ক ক্লাবৰ…

গৌৰীসাগৰঃ অসম বিজ্ঞান সমিতিৰ নৱগঠিত শাখা গৌৰীসাগৰ-দিখৌমুখ আৰু খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ই'ক ক্লাবৰ উদ্যোগত ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মুখ্য কাৰ্যালয় খনাখোকোৰা উচ্চ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই

বকোত ‘দীক্ষিতা’ৰ উদ্যোগত চৰকাৰী বাছ আস্থান আৰু শিক্ষা প্ৰতিষ্ঠানৰ চৌহদত গছ পুলি ৰোপন

জলবায়ুৰ তাৰতম্যৰ ওপৰত সজাগতা সভা বকোঃ পৰিবেশ সংৰক্ষণ কৰক, জীৱন আৰু ভৱিষ্যত ৰক্ষা কৰক শ্ৰোগানেৰে কামৰূপ জিলাৰ বকোত বিশ্ব পৰিবেশ দিৱস উদযাপন কৰে সমাজ সংগঠক জনাৰ্দ্দন বড়োই। আজি সমগ্ৰ বিশ্বই পালন কৰে সু স্বাস্থ্যৰ বাবে বিশ্ব পৰিবেশ দিৱস।

এক কৌটি গছপুলি ৰোপণৰে গ্ৰীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্বীকৃতিৰ বাবে খানাপাৰা খেলপথাৰত বন বিভাগৰ…

২২ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ সৰ্পিল আকৃতিত উপস্থাপন কৰা হৈছে ৪.৫০ লাখ গছপুলি গুৱাহাটীঃ অসমক এখন সেউজ ৰাজ্যলৈ পৰিণত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত অসম চৰকাৰৰ বন বিভাগে অহা ১৭ ছেপ্টেম্বৰৰ পূৰ্বে ৰাজ্যজুৰি

বকো আঞ্চলিক ৰাজহুৱা শ্মশানৰ মুল তোৰণ ‘মুক্তি ধাম’ উদ্ঘাটন আৰু গছ পুলি ৰোপন

বকোঃ কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলৰ ৰাজহুৱা শ্মশান খন আধুনিক ৰূপত সজাই পৰাই তোলা হৈছে। বকো বজাৰ সমিতিৰ তত্বাৱধানত আৰু শ্মশান পৰিচালনা সমিতিৰ সহযোগত পৰিচালিত হৈ থকা শ্মশান খনৰ মুল তোৰণ ‘মুক্তি ধাম’ নাম দি আজি আনুষ্ঠানিক ভাৱে উদ্ঘাটন কৰে।