সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ উদ্যোগত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান
গুৱাহাটীঃ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ উদ্যোগত অসম চৰকাৰে ঘোষণা কৰা পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনি -২০২২ অতি শীঘ্ৰে কাৰ্যকৰী কৰা আৰু অন্যান্য দাবীত খানাপাৰা পৰিবহণ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে আৰু পৰিবহণ আয়ুক্তৰ জৰিয়তে অসমৰ!-->…