ashomiyapatrika.com
Browsing Tag

Transport department

১ আগষ্টৰ পৰা বাহনৰ পঞ্জীয়ন নম্বৰত থাকিব এএছ ০১ জিএ

৭৮সংখ্যক স্বাধীনতা বৰ্ষত স্বদেশ-স্বজাতিৰ দেশপ্ৰেম উদ্বুদ্ধ কৰাৰ বাবে পৰিবহণ বিভাগৰ আদৰণীয় পদক্ষেপ গুৱাহাটীঃ ৭৮সংখ্যক স্বাধীনতা বৰ্ষত ‘মেৰা ভাৰত মহান’ শীৰ্ষক শ্ল’গানেৰে স্বদেশ আৰু স্বজাতিৰ প্ৰতি দেশাত্মবোধ উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে কামৰূপ

বৰষুণ-বানৰ সময়ত ধীৰ-স্থিৰ গতিত বাহন চলোৱাৰ আহ্বান পৰিবহণ বিভাগৰ

গুৱাহাটীঃ ধাৰাসাৰ বৰষুণ আৰু বানৰ সময়ত দ্ৰুতগতি পৰিহাৰ কৰি ধীৰ-সুস্থিৰ গতিত আৰু অতি সতৰ্কতাৰে বাহন চলাবলৈ আহ্বান জনাইছে পৰিবহণ বিভাগে। পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে এই

২৯ ফেব্ৰুৱাৰীলৈ মাজত মাথোঁন ৪ দিন! যানবাহন কৰ পৰিশোধ কৰি সুৰক্ষিত যাতায়াত গঢ়ি তোলাৰ আহ্বান পৰিবহণ…

গুৱাহাটীঃ যান-বাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰকাটল ২৯ ফেব্ৰুৱাৰীৰ ভিতৰত পৰিশোধ কৰি বাহনৰ নথি-পত্ৰসমূহ নৱীকৰণ কৰিবলৈ পৰিবহণ বিভাগে সময়সীমা নিৰ্ধাৰণ কৰি দিছিল যদিও অধিক সংখ্যক বাহনেই আজিও এই বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ কৰা দেখা নাযায় ৷

আজাৰাত পৰিবহন বিভাগৰ বাটৰ নাট

গুৱাহাটীঃ কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত আজি আজাৰাৰ কেবাঠাইতো ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে বাটৰ নাট প্ৰদৰ্শন কৰে৷ জিলা পৰিবহন বিষয়া(প্ৰৱৰ্তক) হিমাংশু দাসৰ নেতৃত্বত ভি আই পি, ৰাণী গেট, আজাৰা আৰু ধাৰাপুৰ চাৰিআলীত নাট প্ৰদৰ্শন

নেহৰু ষ্টেডিয়ামৰ ক্ৰীড়াক্ষেত্ৰত পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী কাৰ্যসূচী পৰিবহণ বিভাগৰ

গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৬ চনৰ ভিতৰত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বান আৰু পথ-সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগসমূহক দিয়া নিৰ্দেশনাৰ ভিত্তিত পৰিবহণ বিভাগে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ

বনভোজৰ সময়ত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত নাৰেংগীত পথ-সুৰক্ষা সজাগতা অনুষ্ঠান পৰিবহণ বিভাগৰ

গুৱাহাটীঃ সন্মুখত নতুন বছৰ, নতুন দিনৰ সপোন- সম্ভাৱনাকলৈ এতিয়া সকলোৱে যেন আশাবাদী, আনন্দ অভিলাষী৷ সেয়ে আগন্তুক নৱবৰ্ষক দুৰ্ঘটনামুক্ত অৰ্থাৎ ৩১ডিচেম্বৰত কোনো পথ-দুৰ্ঘটনাই যাতে কোনো পৰিয়াললৈক দুঃসম্বাদ কঢ়িয়াই নানে তাৰবাবে দিনে-নিশাই

ভয়ংকৰ পথ-দুৰ্ঘটনাত আক্ৰান্ত হৈ দুবছৰলৈকে অনুষ্ঠান পৰিবেশন কৰিব নোৱাৰা অভিজ্ঞতাৰ কথাৰে সকলোকে…

বনভোজৰ সময়ত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত পথ-সুৰক্ষা সজাগতা অনুষ্ঠান পৰিবহণ বিভাগৰ গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ইতিমধ্যে

ৰাসৰ মঞ্চত পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী কাৰ্যসূচী পৰিবহণ বিভাগৰ

সকলো সময়তে সুস্থ দেহ-মন ধৰি ৰাখিবলৈ হ’লে পথ-সুৰক্ষাৰ সজাগতা একান্তই আৱশ্যক গুৱাহাটীঃ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ এই পবিত্ৰ সময়ত পথ-সুৰক্ষা সজাগতাৰ বিভিন্ন দিশসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে পৰিবহণ বিভাগে অভিযান অব্যাহত ৰাখিছে। এই

দীপাৱলীত পথ-দুৰ্ঘটনা ৰোধৰ উদেশ্যে পথ-সুৰক্ষা সজাগতা অনুষ্ঠান পৰিবহণ বিভাগৰ

দু্ৰ্ঘটনামুক্ত অসম গঢ়াৰ আহ্বানেৰে সমবেত হ’ল অভিনয় শিল্পী, সাহিত্যিক-সাংবাদিকৰ দল গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন সময়ত সংঘটিত পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত পথত সকলো সময়তে যানবাহন আইন মানি নিজে সুৰক্ষিত হৈ থকাৰ লগতে আনকো সুৰক্ষা

দুৰ্গোৎসৱত পথ-দুৰ্ঘটনা ৰোধৰ উদেশ্যে মহানগৰীত পথ সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী অনুষ্ঠান

পৰিবহণ বিভাগ-আৰক্ষীৰ হৈ ৰাজপথত স্বয়ং মা দুৰ্গাই সকিয়ালে মহিষাসুৰৰূপী আইন উলংঘাকাৰীক গুৱাহাটীঃ দেৱতা, ঋষি, মুনিৰ লগতে সমগ্ৰ মানৱ সমাজৰ দুখ-দুৰ্গতি নাশ কৰি শান্তি প্ৰতিষ্ঠা কৰা স্বয়ং মহামায়া দুৰ্গাদেৱীৰহে যেন আজি আৰ্বিভাৱ হ’ল মহানগৰীৰ