বকোৰ বেকেলী মৌজা ৰাভা জাতীয় পৰিষদ ; ৰাভা জাতীয় মহিলা পৰিষদ আৰু ৰাভা সাহিত্য সভাৰ অধিৱেশন সম্পন্ন
বকোঃ অনুন্নত আৰু সংখ্যালঘু জনগোষ্ঠীক সুৰক্ষিত আৰু বিকাশৰ বাবে সংৰক্ষণৰ অতি আৱশ্যক সেয়ে ৰাভা হাছং এলেকাক ষষ্ঠ অনুসুচীত অন্তৰ্ভুক্ত কৰিব লাগে। এই বক্তব্য কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই। উল্লেখ্য!-->…