থানেশ্বৰ মালাকাৰৰ চৌব্বিশ সংখ্যক গ্ৰন্থ ‘এৰি অহা খোজ’ উন্মোচন
ভাৰতীয় আত্মজীৱনীত সমূহীয়া অস্তিত্বৰ চানেকি বিদ্যমানঃ ড° প্ৰদীপ্ত বৰগোহাঞি
গুৱাহাটীঃ ‘সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ পৰা লাভ কৰা সান্নিধ্য আৰু সম্পৰ্কই প্ৰশাসনীয় বিষয়া সকলক বিৰল অভিজ্ঞতাৰ সোৱাদ দিয়ে৷ সুদীৰ্ঘ কেইবা দশক ধৰি চৰকাৰৰ বিভিন্ন!-->!-->!-->…