অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ
গুৱাহাটীঃ পশ্চিমবঙ্গৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ দৰে অসমৰ চাহ শ্ৰমিকসকলৰো দৈনিক মজুৰি বৃদ্ধি কৰিবলৈ দাবী জনাইছে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই৷ এক বাৰ্তাত দিলীপ কুমাৰ শৰ্মাই কয়,'বিজেপিয়ে বিগত সময়ছোৱাত চাহ!-->…