ashomiyapatrika.com
Browsing Tag

Tangla

টংলাত কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বৈজ্ঞানিক ভিত্তিত গাহৰি পালনৰ প্ৰশিক্ষণ

টংলাঃ গ্ৰাম্য অঞ্চলৰ কৃষক ৰাইজ তথা উদ্যমী যুৱক-যুৱতী সকলক আৰ্থিকভাৱে স্বাৱলম্বীৰ লগতে স্বনিয়োজিত কৰাৰ উদ্দেশ্যে আজিৰে পৰা টংলা পৌৰসভাৰ সভাগৃহত পাঁচদিনীয়া বৈজ্ঞানিক ভিত্তিত গাহৰি পালনৰ প্ৰশিক্ষণ আৰম্ভ হয়। ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰ,

টংলা উচচতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰাজহুৱা স্বাধীনতা দিৱস পালন

টংলাঃ সমগ্ৰ ৰাজ্যৰ লগতে টংলাটো হৰিছিঙা ৰাজহ চক্ৰৰ উদ্যোগত ৭৭ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। ওদালগুৰি সদৰ মহকুমাধিপতি শশী কুমাৰ ডেকাই পতাকা উত্তলন কৰি আৰম্ভ কৰি মাৰ্চ পাষ্টত উত্তোলকে বিভিন্ন শিক্ষানুষ্ঠানৰ ৩০টি দলৰ অভিবাদন গ্ৰহণ

সূত্ৰধৰ উন্নয়ন পৰিষদ নহ’লে দিছ্পুৰ কঁপাব লাগিবঃ লক্ষীকান্ত সূত্ৰধৰ

সদৌ ওদালগুৰি জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান সম্পন্ন টংলাঃ অনাগত দিনত সূত্ৰধৰ উন্নয়ন পৰিষদ নিদিলে আমি দিছ্পুৰ কঁপাব লাগিব। তিনিলাখ সূত্ৰধৰ জনগোষ্ঠীৰ এক লাখে ৰাজপথত আন্দোলন কৰি দিছপুৰ কঁপাব লাগিব। ৰাইজ আপোনালোক সাজু থাকক। সদৌ

ওদালগুৰি জিলা আইনী সেৱা প্ৰাধিকাৰণৰ তত্বাৱধানত মানসিক ৰোগীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান

টংলাঃ ওদালগুৰি জিলা আইনী সেৱা প্ৰাধিকাৰণৰ সচিব নয়ন জ্যোতি চৌধুৰীৰ তত্বাৱধানত যোৱা ৩০ জুলাইত এজনী মহিলা মানসিক ৰোগীক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে টংলাৰ পৰা হৰিশিঙালৈ আহি থকাৰ পথত মান্টিগিৰীৰ ওচৰত ঘূৰি ফুৰা মানসিক

ওদালগুৰি মহাবিদ্যালয়ত গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি

টংলাৰ পৰা অৰূপ বড়োঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত ওদালগুৰি মহাবিদ্যালয়ত বিধানসভা ভিত্তিত ১০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা সফল সামৰণি পৰে। উলহ মালহেৰে উৎযাপন কৰা অনুষ্ঠান খনত ওদালগুৰি

গেৰুৱা গাঁও উন্নয়ন সমিতিৰ কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

টংলাৰ পৰা অৰূপ বড়োঃ ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ গেৰুৱা গাঁও নামঘৰত সোমবাৰে গেৰুৱা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ১৭ গৰাকী কৃতি ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

ওদালগুৰি জিলাৰ মাইনাওশ্রী দৈমাৰীলৈ যুৱ সাহিত্য অকাডেমী ২০২৩ বঁটা

সাহিত্যই মোক চিনাকি কৰাই দিছেঃ মাইনাওশ্রী দৈমাৰী অৰূপ বড়ো, টংলাঃ সাহিত্য অকাডেমীৰ যুৱ সাহিত্য অকাডেমী ২০২৩ বঁটা শুকুৰবাৰে ঘোষণা কৰা হয়৷ ‘সম,জীউ আৰু..’ (বড়ো ) কবিতা পুথিখনৰ বাবে ওদালগুৰি জিলাৰ অন্তৰ্গত কচুবিল(ডাউহাৰুখুলি) নিবাসী

ঘৰৰ পৰিয়াল সজাগ হ’লে সমাজখন সজাগ হ’বঃ পল্লৱী কছাৰী

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগঃ মাজুলী চাহ বাগানত শিশু সৰবৰাহ আৰু সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা টংলাঃ ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলাখনৰ অন্তৰ্গত বিভিন্ন বাগান কৰ্তৃপক্ষৰ সহযোগত বাগান অঞ্চলত সঘনাই ঘটি থকা মানৱ সৰবৰাহ, শিশু শ্রমিক,