সূত্রধৰ উন্নয়ন পৰিষদ গঠনৰ দাবীৰে অহা ১৫ ডিচেম্বৰত সূত্রধৰ যুৱ-ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰিব…
কাজলগাঁওঃ অতিকৈ পিছপৰা সূত্ৰধৰ জনগোষ্ঠীৰ লোকসকলৰ মৌলিক সমস্যা সমূহ বিগত চৰকাৰ আৰু বৰ্তমানৰ অসম চৰকাৰৰ লগতে বিটিআৰ চৰকাৰে গুৰুত্ব নিদিয়াত সম্প্ৰতি ক্ষুব্ধ হৈ পৰিছে সূত্রধৰ যুৱ ছাত্ৰ সন্থা। আজি কোকৰাঝাৰ স্থিত সূত্ৰধৰ ভৱনত অনুষ্টিত সূত্রধৰ!-->…