শুৰপোক আৰু হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত ৰাণীৰ চহা কৃষক
গুৱাহাটীঃ আঘোন মাহ অহাৰ লগে লগেই সোনোৱালী হৈছে পথাৰ। সোনগুটিৰে সোনোৱালি হৈ পৰা আঘোনৰ পথাৰত চহা কৃষক-দাৱনীৰ সীমাহীন ব্যস্ততা। কিন্তু ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত প্ৰথম বাৰৰ বাবে!-->…