গুৱাহাটীত ৰাজ্যিক যুৱ মহোৎসৱ
গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পঞ্চ প্ৰাণ নীতিৰ আধাৰত দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অধীনস্থ নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ অসম ৰাজ্যিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডনবস্ক'!-->…