পুনৰ দক্ষিণ কামৰূপ জিলা ঘোষণাৰ পৰা বঞ্চিত অঞ্চলবাসী
পুৰ্বৰ কংগ্ৰেছ চৰকাৰে গঠন কৰা জিলা বি জে পি চৰকাৰে ভংগ কৰে
বকোঃ ৰাজ্যত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ শেষৰটো কাৰ্য্যকালত ২০১৬ ইংৰাজী চনৰ ১৬ ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছিল দক্ষিণ কামৰূপ জিলা। কালক্ৰমত তৰুণ গগৈৰ শাসনাধীন কংগ্ৰেছ চৰকাৰ ভংগ হ'ল আৰু!-->!-->!-->…