কন্যা শিশুৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ ওদালগুৰি জিলা সমাজ কল্যান বিভাগৰ প্ৰচাৰ অভিযান
ওদালগুৰিঃ বহু সময়ত আমাৰ সমাজত কন্যা শিশুৰ প্ৰতি আবেহেলা কৰা দেখা যায়, যাৰ ফলত শিশু জন প্ৰকৃত সুৰক্ষা আৰু অধিকাৰ প্ৰতি বঞ্চিত হৈ আহিছে। এনে সময়তে ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ লগতে ‘বেটি বচাও বেটি পঢ়াও’ আঁচনিৰ অধীনত আজিৰে পৰা ওদালগুৰি জিলা!-->…