ashomiyapatrika.com
Browsing Tag

sibasagar

যি ঠাইত বিকাশৰ আন্দোলন চলে সেই ঠাইতে বিকাশৰ গংগা প্ৰৱাহিত হয়, কোনেও কল্পনা নকৰা কাম আজি অসমত সম্ভব…

অহা মাহৰ পৰা শিৱসাগৰ মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব গৌৰীসাগৰঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি আহোম সংস্কৃতি আৰু পৰম্পৰা তথা স্থাপত্য-কলাৰ চহকী ঐতিহ্যৰ অন্যতম চানেকি ঐতিহাসিক ৰংঘৰৰ সৌন্দর্যবর্দ্ধন প্রকল্পৰ ভূমি পূজন

শিৱসাগৰত উলহ মালহেৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনঃ মন্ত্রী সঞ্জয় কিষাণে উত্তোলন কৰে ৰাষ্ট্রীয় পতাকা

গৌৰীসাগৰঃ ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে শিৱসাগৰ জিলাতো আজি দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। জিলাৰ সদৰ শিৱসাগৰৰ ঐতিহাসিক বর্ডিং খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত বিপুল জনতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন

শিৱসাগৰত অগপৰ বিশাল বুথ কৰ্মী সন্মিলন

লোকসভা নিৰ্বাচনৰ বাবে দলীয় কৰ্মীক সক্ৰিয়তাৰে প্ৰস্তুতি চলাবলৈ আহ্বান অতুল বৰাৰ শিৱসাগৰঃ আজি শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰূপহী পথাৰস্থিত ৰূদ্ৰ সিংহ ক্ৰীড়া প্ৰকল্পত অসম গণ পৰিষদ দলৰ যোৰহাট লোকসভা সমষ্টি ভিত্তিত এখনি বিশাল বুথ কৰ্মী সন্মিলন

লেখক-পাঠকৰ সমাৰোহত উমাল অসম গ্ৰন্থমেলা, শিৱসাগৰঃ ভাষা-সাহিত্য, গদ্যশিল্প-নাট্যধাৰাক লৈ মনোজ্ঞ আলোচনা

চতুৰ্থ উদ্যোগিকৰণৰ জটিল সন্ধিক্ষণত উপনীত হৈছে আমাৰ সমাজঃ ড° সৌমাৰজ্যোতি মহন্ত শিৱসাগৰঃ শীত আগমনৰ সময়তে অসম গ্ৰন্থমেলাৰ আয়োজনে শিৱসাগৰত জ্ঞান চৰ্চাৰ আনন্দদায়ক পৰিৱেশ গঢ়ি তুলিছে৷ ইয়াৰ ঐতিহ্যমণ্ডিত ব’ৰ্ডিং খেলপথাৰত এলানি বৰ্ণিল কাৰ্যসূচীৰে

আলোক সন্ধানীঃ মইনা পাৰিজাতৰ আতিথ্যত শিৱসাগৰ জিলা মইনা পাৰিজাতৰ দশম সংখ্যক শিশু একাংক নাট…

গৌৰীসাগৰঃ শিৱসাগৰ জিলা মইনা পাৰিজাতৰ দশম সংখ্যক শিশু একাংক নাট প্ৰতিযোগিতাখনি আলোক সন্ধানী মইনা পাৰিজাতৰ আতিথ্যত আৰু ভটীয়াপাৰবাসী ৰাইজৰ সহযোগত আজি ভটীয়াপাৰ সামূহিক প্ৰেক্ষাগৃহত সপন্ন হৈ যায়। পুৱা পতাকা উত্তোলন কৰে আলোক সন্ধানী মইনা

শিৱসাগৰত উলহ-মালহেৰে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

গৌৰীসাগৰঃ সমগ্ৰ দেশৰ লগতে শিৱসাগৰ জিলাতো আজি দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস দিনজোৰা কাৰ্য্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হয়। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত ঐতিহাসিক বৰ্ডিং খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি ৰূপে

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত গৌৰীসাগৰ, জাঁজী, চাৰিং,খনামুখ, কোঁৱৰপুৰৰ বিভিন্ন চৰকাৰী…

গৌৰীসাগৰঃ আজি ঘোষিত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাৰ ফলাফলত গৌৰীসাগৰ উঃমাইঃইৰ এশ শতাংশ উত্তীৰ্ণ হৈছে৷ বিদ্যালয়খনৰ ৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত এগৰাকীয়ে ষ্টাৰ নম্বৰ সহ ৬ গৰাকীয়ে প্ৰথম বিভাগ, ২৬ গৰাকীয়ে দ্বিতীয় আৰু ১৮ গৰাকীয়ে