হৰিনাম ধ্বনিৰে আৰম্ভ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশন
৩২০ কিলোমিটাৰ যাত্ৰা খোজকাঢ়ি লালুকৰ বৈষ্ণৱ উমাকান্ত সন্দিকৈ অধিবেশনস্থলীত উপস্থিত
ৰঙিয়াঃ ভক্তিৰসৰে আজিৰে উপছি পৰিছে ঐতিহ্যমণ্ডিত ৰঙিয়াৰ সমীপৱৰ্তী মৰাণজানাৰ হাতীখলা পথাৰত৷ চৌদিশে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ-বতাহ৷ !-->!-->!-->…