মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ১০ খনকৈ কাটামাৰাণ জাহাজ,৩ খন টাগ বোট আৰু ১ খন ছাৰ্ছ এণ্ড ৰেস্কিউ বোট
অসম আভ্যন্তৰীণ জলপৰিবহন বিভাগত ব্যাপক পৰিবৰ্তনঃ পৰিবহন পৰ্যটন দুয়োটা খণ্ডকেই সমৃদ্ধ কৰিব নৱ সংযোজিত বাহনকেইখনে
গুৱাহাটীঃ অসমৰ আভ্যন্তৰীণ জলপৰিবহন খণ্ডত ব্যাপক পট পৰিবৰ্তনেৰে আজি একেলগে সংযোজিত হ’ল ১০ খনকৈ সুবিশাল কাটামাৰাণ জাহাজ। লগতে!-->!-->!-->…