ashomiyapatrika.com
Browsing Tag

school close

শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ জাননী

গুৱাহাটীঃ মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা  বানৰ বাবে কাইলৈ অৰ্থাৎ অহা ৬ আগষ্ট ২০২৪ (মংগলবাৰ)ত গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনস্থ  সকলো চৰকাৰী আৰু ব্যক্তিগতখণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান- মহাবিদ্যালয়, কোচিং চেণ্টাৰসহ কামৰূপ মহানগৰ