শংকৰদেৱ অসমীয়া জাতিৰ হৃদপিণ্ডঃ তুৱাৰাম খনিকৰ
গৌৰীসাগৰঃ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া মানুহৰ তেজৰ ধমনিত প্ৰবাহিত । তেওঁৰ দৰ্শন ভাবাদৰ্শন এৰি অসমীয়া মানুহে একো কৰিব নোৱাৰে। নামঘৰত শংকৰদেৱ, ধৰ্মত শংকৰ, গীত-মাতত শংকৰ, ভাওনাত শংকৰ, জীৱন শৈলীত শংকৰ, শংকৰদেৱ নাই ক’ত ? সেয়েহে শংকৰদেৱক বিজ্ঞানৰ!-->…