ashomiyapatrika.com
Browsing Tag

Sachal satdol sakha sahitya sabha

চচল শতদল শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন সম্পন্নঃ বিভিন্ন প্রতিযোগিতাৰ বিজয়ীক বঁটা প্রদান

গুৱাহাটীঃ চচল শতদল শাখা সাহিত্য সভাৰ বার্ষিক অধিৱেশন আজি চচলৰ ৰবীন্দ্র নাথ দাস সভাগৃহত অনুষ্ঠিত হয়। চচল শতদল শাখা সাহিত্য সভাৰ সভাপতি থানেশ্বৰ মালাকাৰৰ পৌৰহিত্যত অনুষ্ঠিত অধিৱেশনৰ মুকলি সভাত সন্মানীয় অতিথিৰূপে অংশ লৈ লেখক- সমাজকর্মী