চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে অৱশেষত ৰাজপথলৈ আহিল ৰূপহীমুখবাসী
ৰাষ্ট্ৰীয় ঘাই পথত কেইবা ঘন্টা ধৰি দুই শতাধিক যান বাহন আবদ্ধ
গৌৰীসাগৰঃ শিৱসাগৰ জিলাৰ জাঁজী দলঙৰ পৰা ডিমৌলৈকে মুঠ ৪৪ কিল'মিটাৰ দুৰত্বৰ পথচোৱাৰ নিৰ্মাণৰ কাম কাজ দেখি সাধাৰণ ৰাইজৰ চকু কপিলত উঠিছে। কেৱল সেয়াই নহয় পথ নিৰ্মাৰ্ণত নিয়োজিত!-->!-->!-->…