তথ্য জনা অধিকাৰ আইনক উপলুঙা কামৰূপ জিলা তথ্য আয়ুক্ত বিষয়া আৰু জিলা শিক্ষা বিষয়াৰ
বকোৰ পৰা বিষ্ণুৰাম দাসঃ ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দূৰ্ণীতি ভ্ৰষ্টাচাৰ নিৰ্মূলৰ শ্লোগান এক ভূৱা আৰু ৰাইজক শুনোৱা প্ৰলাপ মাত্ৰ। এই অভিযোগ কামৰূপ জিলাৰ বকোৰ এগৰাকী সচেতন যুৱকৰ। উল্লেখ্য যে বকোৰ জনৈক দাস উপাধিৰ সচেতন যুৱক গৰাকীয়ে!-->…