ashomiyapatrika.com
Browsing Tag

reaction

ওফাইদাং মাৰি ফুৰা মানুহে ভালকৈ ঘৰ চলাব নোৱাৰেঃ গৃহ বিভাগ চলোৱাত চূড়ান্তভাৱে ব্যৰ্থ মুখ্যমন্ত্ৰী…

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক সমালোচনা অসম প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰৰঃ আৰক্ষীয়েও পিয়াঁজ চুৰি কৰাত আশ্চৰ্য প্ৰকাশ কংগ্ৰেছ নেতাগৰাকীৰ গুৱাহাটীঃ কাম কৰি ভালপোৱা মানুহৰ কথা কৈ ফুৰিবলৈ সময় নাথাকে। কাম কৰি

ভিত্তিহীন প্ৰচাৰ কাৰ্যত বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ আই,ই,আৰ,পিৰ প্ৰতিক্ৰিয়া

ধিংঃ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সমূহৰ আন্তঃগাঁথনি উন্নয়ন, বিভিন্ন খেলা সামগ্ৰী, ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মকে ধৰি বিদ্যালয়ৰ উন্নিত সাধনৰ উদ্দেশ্যে ৰাজ্যৰ শিক্ষা বিভাগে আবণ্টন দিয়ে ধন৷ বিভাগীয় উদ্ধতম বিষয়াৰ নীতি নিৰ্দেশনা অনুসৰি উক্ত আবণ্টিত ধন

এন আৰ আই কোটাত চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশক আদৰণি আম আদমি…

আপ-অসমে বিৰোধিতা কৰি আহিছিল ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তক গুৱাহাটীঃ আজি উচ্চতম ন্যায়ালয়ে এখন আবেদনৰ ভিত্তিত ৰাজ্যিক কেবিনেটৰ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিত এন আৰ আই কোটাৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰা নিৰ্দেশক আদৰণি জনাইছে আপ

ধেমাজি কাণ্ডৰ দোষী শাস্তিৰ পৰা বঞ্চিত – আপৰ প্ৰতিক্ৰিয়া

১৯ বছৰ পুৰণি কাণ্ডটোৰ প্ৰকৃত দোষীক চিনাক্ত কৰাত ব্যৰ্থ হোৱা বাবে গৃহ বিভাগ আৰু চৰকাৰক জবাবদিহি ‘আপ’ৰ গুৱাহাটীঃ অসমৰ ইতিহাসত সংঘটিত হোৱা বিছিন্নতাবাদীৰ অন্যতম ৰক্তাক্ত কর্ম আছিল ২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে ধেমাজি বোমা বিস্ফোৰণ। য'ত কণ কণ ১৪

কৃষক মুক্তিৰ কামৰূপ জিলাৰ প্ৰচাৰ সম্পাদক ৰূপজ্যোতি কাকতিৰ অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাত চূড়ান্ত ব্যৰ্থ…

অপহৰণকাৰীয়ে সামৰিক পোছাক পিন্ধি আৰক্ষীৰ গাড়ী ব্যৱহাৰ কৰাতো ৰহস্যজনক - কৃষক মুক্তি গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ৰূপজ্যোতি কাকতিক আজি বিহদিয়াস্থিত কৰ্মস্থলীৰ পৰা ঘৰলৈ যাবলৈ গাড়ীৰ বাবে পথৰ

মেধা নালাগে, ডলাৰ লাগে চৰকাৰকঃ জিতুল ডেকা

এন আৰ আই কোটাত মেডিকেলৰ নাম ভর্তি প্রতিক্রিয়া আপৰঃ মুন্নাভাই এম বি বি এছ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব চৰকাৰে গুৱাহাটীঃ এন আৰ আই কোটাৰ জড়িয়তে ৰাজ্যৰ চিকিৎসা খণ্ডৰ এম বি বি এছৰ নামভৰ্তিৰ ক্ষেত্ৰত মেধাৰ পৰিবৰ্তে ডলাৰৰ ওপৰত অধিক

আশা কৰ্মীক অব্যাহতি ল’বলৈ উচতাই চাকৰি বিলুপ্তিৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰেঃ আপ

কাৰ্যতঃ এক লাখ টকাৰ বিনিময়ত আশা কৰ্মীৰ সংস্থাপন নিঃশেষ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীঃ চৰকাৰী স্বাস্থ্যসেৱাৰ 'ফাৰ্ষ্ট লাইন অব ডিফেঞ্চ' হিচাপে অভিহিত আশা কৰ্মীসকলৰ ভৱিষ্যতক লৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি চৰকাৰে৷ যোৱা ৯ আগষ্টত

বহু দেশত নিষিদ্ধ তৈল খেজুৰৰ খেতি অকল উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰত কিয়?

গুৱাহাটীঃ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত বৃহৎ কোম্পানী একাংশই অসমৰ পথাৰত আৰম্ভ কৰা তৈল খেজুৰৰ খেতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে। এক প্ৰেছ বিজ্ঞপ্তি যোগে দলৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই খেতিৰ পৰা পাৰিপাৰ্শ্বিকতাত

ৰামদেৱক মাটি দি মাৰাত্মক দ্ৰব্যৰ খেতি কৰোৱাইছে চৰকাৰেঃ জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

পাম তেলৰ খেতিয়ে বিনষ্ট কৰিব পৰিৱেশ, জৈৱ-বৈচিত্ৰৰ প্ৰতিও আহিব ভাৱুকি গুৱাহাটীঃ বাবা ৰামদেৱৰ পতঞ্জলি গ্ৰুপে অসমৰ শদীয়াত আজিৰে পৰা পাম তেলৰ খেতি আৰম্ভ কৰাটো অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰৰ প্ৰতি এক ভাৱুকি বুলি মত প্ৰকাশ কৰি উক্ত

আগ্নেয়াস্ত্ৰ প্ৰশিক্ষণত জড়িত বজৰং দলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত চৰকাৰৰ চৰম গাফিলতি

গুৱাহাটীঃ কা বিৰোধী সমন্বয় সমিতি, অসমে গভীৰ উদ্বেগ আৰু অশান্তিৰে লক্ষ্য কৰিছে যে বজৰং দলে মঙলদৈত যি ভয়ংকৰ সমাজবিৰোধী আৰু সন্ত্ৰাসজনক কাম কৰিছে, সেই সন্দৰ্ভত ৰাজ্যৰ ডিজিপিয়ে নিৰ্দেশ দিছে কেৱল সংশ্লিষ্ট বিদ্যালয়ৰ অধ্যক্ষ আৰু হিচাবৰক্ষক