ashomiyapatrika.com
Browsing Tag

reaction

এপিএছচি কেলেংকাৰিৰ তদন্তঃ লক্ষণৰেখা পাৰ হ’বলৈ এতিয়াও বহু বাকী – ডি ৱাই এফ আই

গুৱাহাটীঃ অভিযুক্তৰ শ্ৰেণী বিভাজন কৰি একাংশ অপৰাধীৰ বিৰুদ্ধে নৰম স্থিতি গ্ৰহণ কৰাৰ লগতে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াই এটা পৰিধিৰ মাজত সোমাই পৰিছে বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে অভিযোগ কৰিছে আৰু তদন্ত

সমন্বয়ৰ অসমত সাম্প্রদায়িক বিজেপি আৰু এআইইউডিএফ দলে নাটক আৰু নৃত্য নাটিকাৰে আবেগৰ বীজ সিঁচিব বিচাৰে

গুৱাহাটীঃ বিজেপি আৰু এআইইউডিএফ দুয়োটাই সাম্প্রদায়িক দল। দুয়োটা দলেই সাম্প্রদায়িক কথা বতৰাৰ যোগেদি সমাজত সাম্প্রদায়িক উত্তেজনা বৰ্তাই ৰাখিবলৈ অপচেষ্টা কৰি আহিছে। এই অভিযোগ আম আদমি পার্টী, অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভৱেন চৌধুৰীৰ৷ আপৰ

আপ’ৰ মুৰব্বী অৰবিন্দ কেজৰিৱাললৈ ই ডিৰ চমন জাৰি কৰাত ক্ষোভ প্রকাশ ‘আপ’ৰ অসমৰ

সকলোৰ বিৰোধী নেতাক কাৰাগাৰত ভৰালেও ২৪’ত বিজেপিৰ পৰাজয় নিশ্চিতঃ ডাঃ ভবেন চৌধুৰী গুৱাহাটীঃ কেন্দ্ৰীয় বিধি বলৱৎকাৰী সংস্থা চমুকৈ ই ডিয়ে দিল্লীৰ আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত ২ নৱেম্বৰত ইডি কার্যালয়ত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী

অসমৰ মানুহ, সম্পদ আৰু সভ্যতাৰ প্ৰতি ভাৱুকি বৃহৎ নদীবান্ধঃ অজাপ

নামনি শোৱনশিৰি প্ৰকল্পৰ পৰিস্থিতিক লৈ উদ্বিগ্ন জাতীয় পৰিষদঃ বিজেপি দলৰ প্ৰতাৰণাৰ বাবে এনে দুৰ্যোগ সৃষ্টিৰ অভিযোগ গুৱাহাটীঃ বিজেপি দলৰ বিশ্বাসঘাতকতা, প্ৰতাৰণা আৰু মিথ্যাচাৰৰ পৰিণতিত নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত শেহতীয়া উগ্বেগজনক

এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ ঘৰৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদ নাগৰিক সমাজৰ

গুৱাহাটীঃ এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ ঘৰৰ ওপৰত বজৰং দলৰ পৃষ্ঠপোষকতাত এচাম যুৱকে আক্ৰমণ কৰা ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু দোষীক কৰায়ত্ত কৰি শাস্তি বিহাৰ দাবী জনাইছে। এক প্ৰেছ বিজ্ঞপ্তিত বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোহাঁই, ৰাজ্যসভাৰ

অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়াঃ ‘শিক্ষক-শিল্পী সমাজৰ মনোবল ভঙাৰ লক্ষ্যেৰে পদে পদে অপমান কৰি…

বিজেপি-আৰ এছ এছৰ কেন্দ্ৰীভূত ৰাষ্ট্ৰীয় নীতি ৰূপায়নৰ ষড়যন্ত্ৰৰ সেনাপতি ড° হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীঃ ৰাজ্যৰ শিক্ষক আৰু শিল্পী সমাজক হিতাধিকাৰী আখ্যায়িত কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনলৈ আন এক বেয়া পৰম্পৰা নমাই আনিলে৷ জাতিৰ

টি আৰ অঞ্চলৰ উন্নয়নত নতুন মাত্ৰাঃ চাৰিদিনৰ ব্যৱধানত ৫৭০ কোটিৰ প্ৰকল্প উদ্বোধন, শুভাৰম্ভ

কংগ্ৰেছৰ যোগদান অনুষ্ঠান 'বহ্বাৰম্ভে লঘুক্রিয়াঃ বিজেপি গুৱাহাটীঃ ‘অসমৰ সকলো অঞ্চল তথা জাতি-জনগোষ্ঠীৰ সম উন্নয়নৰ দৰ্শনেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে বি টি আৰ অঞ্চলত চাৰিটা দিনৰ ব্যৱধানত ৫৭০ কোটি টকাৰ

ৰাজ্যৰ ৪০ শতাংশ ভোটাৰক হিতাধিকাৰী সজাই অর্থনীতি কোঙা কৰাৰ পথ প্ৰশস্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাইঃ আপ

আপৰ চৰকাৰে বিনামুলীয়া আঁচনি দিছে যদিও এটকাও ঋণ লোৱা নাই, এটকাও কৰ বৃদ্ধি কৰা নাইঃ ভবেন চৌধুৰী গুৱাহাটীঃ অসমৰ বিপন্ন অৰ্থনীতিৰ মাজতেই হিতাধিকাৰীৰৰ অভিলেখ ৰচিছে বিজেপি চৰকাৰে। কল্যাণকামী চৰকাৰে এখনে হিতাধিকাৰী সৃষ্টি কৰাটো দোষণীয় হ'ব

বিদ্যুত নিয়ামক আয়োগক নখ দন্ত হীন বাঘলৈ পৰিণত কৰিলে চৰকাৰেঃ জিতুল ডেকা

এ পি ডি চি এলক নিজাববীয়াকৈ বিদ্যুত মাছুল বৃদ্ধিৰ ক্ষমতা প্ৰদান সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া গুৱাহাটীঃ নিয়মীয়াকৈ বিদ্যুৎ যোগানত চুড়ান্ত ভাৱে ব্যৰ্থ শক্তি বিভাগে ডিজিটেল মিটাৰ, স্মাৰ্ট মিটাৰৰ নামত ৰাইজক বলিৰ পঠা সজাই আছে। বিদ্যুতৰ সঘন

চৰকাৰী প্ৰতাৰনাৰ বলি কোচ ৰাজবংশী সকলঃ অনুসূচীত জনজাতিৰ মৰ্য্যদা পোৱাৰ পৰা বঞ্চিত

বকোঃ ভূমিপুত্ৰ কোচ ৰাজবংশী সকল চৰকাৰী বঞ্চনা আৰু প্ৰতাৰনাৰ বাবে জন্মভূমিতে দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হৈছে। গৰিষ্ঠ সংখ্যক ভোটাৰ থকা জনগোষ্ঠীটোক চৰম পৰ্য্যায়ত প্ৰতাৰণা কৰিছে ডৱল ইঞ্জিনযুক্ত বি জে পি চৰকাৰে। অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক