অসম চৰকাৰৰ ‘খেল মহাৰণৰ’ প্ৰতীকত দদান ৰজাক বিকৃত ৰূপত উপস্থাপন কৰাত সংবাদ মেল আয়োজন কৰি প্ৰতিক্ৰিয়া…
বকোঃ অসমৰ অন্যতম জনগোষ্ঠী ৰাভা সকলোৰ আদি পুৰুষ অৰ্থাৎ ৰাভা ৰজা দদান ৰাভাক বৰ্তমানৰ ৰাজ্য চৰকাৰে ঘোৰ অপমান কৰিছে। এই ক্ষেত্ৰত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ গৰাকীয়ে ৰাভা জাতিৰ স্বভিমানক উপলুঙা কৰিছে। ইয়াৰ বাবে!-->…