এক লাখ নিযুক্তিৰ আশ্বাস দি দুই লাখক নিবনুৱা কৰাটো জনবিৰোধীঃ লুৰীনজ্যোতি গগৈ
ৰাজ্য চৰকাৰৰ 'চামুচেৰে দি বেলছা মাৰি নিয়া' নীতিৰ তীব্ৰ বিৰোধিতা জাতীয় পৰিষদৰঃ পদ বিলুপ্তিকৰণৰ অফিচ মেমোৰেণ্ডাম তৎকালে প্ৰত্যাহাৰৰ দাবী
গুৱাহাটীঃ অসম চৰকাৰৰ ৫০ শতাংশ চাকৰি কৰ্তন কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা!-->!-->!-->…