আপৰ প্ৰশ্নঃ অসমৰ নৱোদয় বিদ্যালয়ত অসমীয়া ভাষাক এলাগী কৰাৰ সাহস কোনে দিছে?
একাদশ-দ্বাদশ শ্ৰেণীত অসমীয়া ভাষা অন্তৰ্ভুক্তিৰ দাবী আপ অসমৰ
গুৱাহাটীঃ নতুন শিক্ষা নীতিত সকলো চি বি এছ চি পাঠ্যক্ৰমত মাতৃভাষাৰ শিক্ষা বাধ্যতামূলক কৰিবলৈ পৰামৰ্শ দিয়াৰ পাছতো অসমৰ নৱোদয় বিদ্যালয়সমূহত একাদশ আৰু দ্বাদশ শ্ৰেণীত অসমীয়াক এটা!-->!-->!-->…