কেন্দ্ৰৰ সকলো বিভাগৰ শীৰ্ষ বিষয়াক ‘জিলা ৰথ প্ৰভাৰী’ নিযুক্তিৰ নিৰ্দেশনা শীঘ্ৰে…
গুৱাহাটীঃ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মূখপাত্ৰ ৰিপুণ বৰাই কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়াক জিলা ৰথ প্ৰভাৰী হিচাপে নিযুক্তি দিয়াৰ দৰে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।!-->…