অনাশৈক্ষিক কামত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰ কৰা বন্ধ কৰকঃ ‘ছাত্ৰ যুৱ সংগ্ৰাম সমিতি’ অসম
চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত বিজেপি চৰকাৰ
গুৱাহাটীঃ চৰকাৰী শিক্ষানুষ্ঠানসমূহত শিক্ষাদানৰ কাৰ্যসূচী বন্ধ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক কেৱল চৰকাৰী অনাশৈক্ষিক কামত ব্যস্ত ৰখা কাৰ্যক ছাত্ৰ যুৱ সংগ্ৰাম সমিতি অসমে!-->!-->!-->…