বাজেটে উদঙালে বান প্রসংগত কেন্দ্ৰৰ অসমৰ প্রতি মাহী আইৰ দৃষ্টি
ফেডাৰেল নহয় সহযোগী দলক উপঢৌকন দিয়া বাজেট- ৰাইজৰ দল
গুৱাহাটীঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেট ‘এক গাদী ৰক্ষাৰ বাজেট’৷ এই বাজেটেৰে মোদী চৰকাৰে সহযোগী দলক উপঢৌকন দিছে। বান প্রসংগত অসমক কেবল আশ্বাস দি বিহাৰক ১১,৫০০!-->!-->!-->…