‘কা’ ৰ বিৰুদ্ধে একত্ৰিত যুঁজ দিয়ক অসমবাসীয়েঃ এইয়া অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ
গুৱাহাটীঃ অসমবাসীৰ সুদীৰ্ঘ প্ৰতিবাদ, ৫ জন তেজাল যুৱকৰ আত্মবলিদানৰ পিছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চৰম স্বেচ্ছাচাৰীতাৰে অসমবাসীৰ স্বাৰ্থৰ পৰিপন্থী, সংবিধান বিৰোধী যি 'কা' আইন বলবৎ কৰিলে, সেইয়া অসমবাসী তথা সমগ্ৰ গণতান্ত্ৰিক জনগণৰ!-->…