অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ব্যৱস্থা নলবলৈ আৰক্ষীক দিয়া চৰকাৰী নিৰ্দেশনাত জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া
জাতিৰ খলনায়ক হিচাপে কাললৈ কুখ্যাতি অৰ্জন কৰিলে সোণোৱাল আৰু শৰ্মাই
গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা'ৰ ভিত্তিত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা নলবলৈ ৰাজ্য চৰকাৰে আৰক্ষী বিভাগক নিৰ্দেশনা প্ৰদানৰ তথ্য ৰাজহুৱা হোৱাৰ!-->!-->!-->…