কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলে কমিছনৰ বাবদ পাবলগীয়া প্ৰায় ১৮০…
গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰে অসমৰ সুলভ মূল্যৰ ব্যৱসায়ী সকলে চাউল বিতৰণৰ বাবদ পাবলৈ থকা কমিছনৰ প্ৰায় ১৮০ কোটিৰ অধিক টকা ইতিমধ্যে মুকলি কৰি দিছে ৷ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি এই কথা সদৰি কৰি!-->…