ৰাসৰ মঞ্চত পথ-সুৰক্ষা সজাগতাৰ ব্যতিক্ৰমী কাৰ্যসূচী পৰিবহণ বিভাগৰ
সকলো সময়তে সুস্থ দেহ-মন ধৰি ৰাখিবলৈ হ’লে পথ-সুৰক্ষাৰ সজাগতা একান্তই আৱশ্যক
গুৱাহাটীঃ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ এই পবিত্ৰ সময়ত পথ-সুৰক্ষা সজাগতাৰ বিভিন্ন দিশসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে পৰিবহণ বিভাগে অভিযান অব্যাহত ৰাখিছে। এই!-->!-->!-->…