কেন্দ্ৰৰ বি জে পি চৰকাৰৰ জনবিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত ২৬ নৱেম্বৰত শ্ৰমিক-কৃষকৰ ৰাজভৱন অভিযান
গুৱাহাটীঃ দেশৰ ৰাজহুৱা সম্পদ ৰক্ষা কৰা, শ্ৰমিক- কৃষকৰ অধিকাৰ ৰক্ষা কৰা তথা বি জে পি চৰকাৰৰ জনবিৰোধী নীতিবোৰ পৰিৱৰ্তন কৰাৰ দাবী জনাই অহা ২৬ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী সংগঠন আৰু সংযুক্ত কৃষক মৰ্চাৰ যৌথ!-->…