ashomiyapatrika.com
Browsing Tag

raijor dol

বাজেটে উদঙালে বান প্রসংগত কেন্দ্ৰৰ অসমৰ প্রতি মাহী আইৰ দৃষ্টি

ফেডাৰেল নহয় সহযোগী দলক উপঢৌকন দিয়া বাজেট- ৰাইজৰ দল গুৱাহাটীঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেট ‘এক গাদী ৰক্ষাৰ বাজেট’৷ এই বাজেটেৰে মোদী চৰকাৰে সহযোগী দলক উপঢৌকন দিছে। বান প্রসংগত অসমক কেবল আশ্বাস দি বিহাৰক ১১,৫০০

আজমলৰ পতনৰ পিছত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ পতন হ’ব– ৰাইজৰ দল

আজমলৰ পৰাজয়ত শংকিত হিমন্ত বিশ্ব শর্মা গুৱাহাটীঃ সংবাদমেল সম্বোধন কৰি সাম্প্ৰদায়িক মন্তব্য দিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক গৰিহণা দিয়ে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে৷ মহানগৰীৰ মঠঘৰীয়াৰ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আজি

যোৰহাটত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীঃ বিজেপি, অগপ, কংগ্ৰেছৰ নেতা কৰ্মী সহ শতাধিক লোকৰ যোগদান

কবিতা লিখি চৰকাৰী ষড়যন্ত্ৰৰ বলি হোৱা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰো ৰাইজৰ দলত যোগদান যোৰহাটঃ ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলা কৃষ্টি আৰু গৱেষণা কেন্দ্ৰত ৰাজহুৱা সভাৰ লগতে এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত

বাংলাদেশৰ পৰা অন্তৰ্ধান হোৱা ৩৯ লাখ হিন্দু বাংলাদেশী ক’ত?

'কা'ৰ জৰিয়তে ভাৰতৰ স্থায়ী নাগৰিকত্ব পাব নেকি এইসকলে? - ৰাইজৰ দল গুৱাহাটীঃ আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু চিন্ময় বড়াই। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াই কয় যে

‘কা’ ৰ বিৰুদ্ধে একত্ৰিত যুঁজ দিয়ক অসমবাসীয়েঃ এইয়া অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ

গুৱাহাটীঃ অসমবাসীৰ সুদীৰ্ঘ প্ৰতিবাদ, ৫ জন তেজাল যুৱকৰ আত্মবলিদানৰ পিছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে চৰম স্বেচ্ছাচাৰীতাৰে অসমবাসীৰ স্বাৰ্থৰ পৰিপন্থী, সংবিধান বিৰোধী যি 'কা' আইন বলবৎ কৰিলে, সেইয়া অসমবাসী তথা সমগ্ৰ গণতান্ত্ৰিক জনগণৰ

গুৱাহাটীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ বৈঠক

মতানৈক্যৰ মাজতো গৃহীত কৰ্ণধাৰ সমিতিৰ লোকসভা নিৰ্বাচনত প্রতিদ্বন্দিতা নকৰাৰ প্ৰভাৱঃ অখিল গগৈৰ নেতৃত্বত আৰম্ভ হ'ব 'ৰাইজৰ দল ৰাইজৰ মাজলৈ’ শীর্ষক গণসংযোগ অভিযান গুৱাহাটীঃ আজি দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ অসম সাহিত্য সভাৰ সংগীতাচার্য

অসম এতিয়া আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ ঘাটিঃ চাইবাৰ ক্ৰাইম ধৰা পৰা এমাহ হ’ল কিন্তু হাইপ্ৰ’ফাইল…

গুৱাহাটীঃ অসম এতিয়া আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ ঘাটিত পৰিণত হৈছে৷ আমেৰিকাৰ বৃহৎ চাইবাৰ অপৰাধৰ লগত জড়িত সুশীল সচদেৱাৰ অসম লিংক উদ্ধাৰ হৈছে৷ আমেৰিকাৰ পৰা ২৫ হেজাৰ কোটি টকা লুটি নিয়া সুশীল সচদেৱাৰ সহযোগীসকল অসমত ধৰা পৰাৰ পাছতো অসম চৰকাৰ

বিজেপিৰ বাহুবলী বিধায়কে কাঢ়ি ল’লে কলকাতাৰ ব্যৱসায়ীৰ উদ্যোগঃ ক’ক-কয়লাৰ নামত চলাইছে মুকলি…

বিধায়ক ভাস্কৰ শৰ্মা এণ্ড কোম্পানীৰ মাফিয়াৰাজঃ মাৰ্ঘেৰিটাত বিনিয়োগ কৰি বিপদত ব্যৱসায়ীঃ মুখ্যমন্ত্ৰীক কঠোৰতম ব্যৱস্থা ল’বলৈ দাবী জনালে ৰাইজৰ দলে গুৱাহাটীঃ অসম চৰকাৰৰ ‘এডভাণ্টেজ আছাম’লৈ সঁহাৰি জনাই বিপদত পৰিছে এগৰাকী উদীয়মান বিনিয়োগকাৰী৷

নিযুক্তিৰ নামত বিজেপিত সংঘটিত হৈছে ব্যাপক কেলেংকাৰীঃ নিযুক্তি কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী ‘ৰাইজৰ…

গুৱাহাটীঃ নিযুক্তিৰ নামত বিজেপিৰ নেতা পালিনেতাই যে ব্যাপক ধনৰ লেন দেনত লিপ্ত হৈছিল, সেইয়া এতিয়া দিনৰ পোহৰৰ দৰেই স্বাচ্ছ হৈ পৰিছে বুলি অভিহিত কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। তেখেতে কয় এটা বিতর্কিত আত্মহত্যাৰ ঘটনাৰ পিছতেই সমগ্ৰ

নিৰ্বাচন আয়োগৰ ৰাজহুৱা শুনানি এক ভেকোঁভাওনা

বিজেপি আৰএছএছৰ শ্ৰতলিপিত খিলঞ্জীয়াৰ অধিকাৰ কাঢ়ি হিন্দু বাংলাদেশীৰ শক্তি বৃদ্ধি কৰা সমষ্টি পুনৰ নিৰ্দ্ধাৰণ মানি নলওঁঃ ধৈৰ্য্য কোঁৱৰ গুৱাহাটীঃ অসমৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা