মদাহী সকল কছাৰী হ’ব নোৱাৰেঃ বাবুল চন্দ্ৰ ৰাভা
ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল ৰাভা জাতীয় পৰিষদ
বকোঃ ৰাজ্যৰ স্থায়ী জনগোষ্ঠী সমূহৰ অন্যতম মদাহী জনগোষ্ঠীটো পূৰ্বৰ পৰাই ৰাভা সকলোৰ ঠাল, ই ভিন্ন নহয়। ৰাভা জনগোষ্ঠীৰে অভিন্ন উপ জাতি। ইয়াক চৰকাৰেহে ভিন্ন কৰিব বিচাৰিছে!-->!-->!-->…