ashomiyapatrika.com
Browsing Tag

Protest

নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ ৭৫…

গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ নতুন পেন্সন নীতিৰ বিৰুদ্ধে আৰম্ভণিৰে পৰা প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্যতম ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এমম্পইজ ইউনিয়নে। ইউনিয়নে বিগত সম়য়চোৱাত নতুন পেন্সন নীতি বাতিল কৰা আৰু পুৰণি

গুৱাহাটী প্ৰেছ ক্লাবৰ ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী পালন

জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক অপদস্থৰ ঘটনাৰ প্ৰতিবাদত আৰু উক্ত ঘটনাৰ উচিত তদন্ত আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী গুৱাহাটীঃ শুকুৰবাৰে নগাঁও জিলাত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধি নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ

ন্যুনতম মজুৰিৰ দাবীত চচলত বিক্ষোভ আশাকৰ্মীৰ

গুৱাহাটীঃ চি আই টি ইউৰ অন্তৰ্ভূক্ত অসম ৰাজ্যিক আশা ইউনিয়নে আজি গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত ন্যুনতম মজুৰিৰ দাবীত বিক্ষোভ প্ৰদশৰ্ন কৰে৷ আশাকৰ্মীৰ বাবে ভাৰতীয় শ্ৰম সন্মিলনৰ ৪৫ সংখ্যক অধিৱেশনৰ অনুমোদন কাৰ্যকৰী কৰা, আশাকৰ্মীসকলক চৰকাৰী ভাৱে

বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে শ্ৰমিক কৃষকৰ ৰাজ্যজোৰা প্ৰবল প্ৰতিবাদ, দহ সহস্ৰাধিক শ্ৰমিক…

গুৱাহাটীঃ ২০২০-২১ৰ ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা আৰু এবছৰৰ ওপৰকাল ধৰি চলা ঐতিহাসিক কৃষক আন্দোলনৰ সময়ত স্বাক্ষৰিত চুক্তিৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ বিশ্বাসঘাতকতা আৰু একেদিনাই আৰম্ভ হোৱা সৰ্বভাৰতীয় শ্ৰমিক ধৰ্মঘটৰ দুবছৰৰ পিছতো দাবীসমূহ অৱজ্ঞা কৰি

অসম তৃণমূল যুৱ কংগ্ৰেছৰ ‘সোৱণশিৰি বচাওঁক-অসম বচাওঁক’ অভিযানক বাধা বিজেপি চৰকাৰৰ

গণতান্ত্রিক আন্দোলনত আৰক্ষীৰ বাধা গণতন্ত্ৰৰ পৰিপন্থীঃ ৰিপুন বৰা গুৱাহাটীঃ অসম তৃণমূল কংগ্ৰেছৰ জয়ানগৰস্থিত মুখ্য কাৰ্যালয়ত আজি পুৱা অসম তৃণমূল যুব কংগ্ৰেছে আৰম্ভ কৰা সোৱণশিৰি বচাওঁক-অসম ৰচাওঁক! অভিযানৰ শুভাৰম্ভ কৰা হয়। সোৱনশিৰি

আজি চতুৰ্থ দিনাও জিলা পৰ্যায়ৰ বিক্ষোভ অব্যাহত

গুৱাহাটীঃ চৰকাৰৰ প্ৰতিশ্ৰুতি মতে কৰ্মী-সহায়িকাৰ মাননি ১২ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰা, অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীক চৰকাৰী জাননী মতে এককালীন সাহায্যৰ ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়া, গ্ৰেছুয়েটি আদায় দিয়া আৰু অঙ্গনৱাড়ী

চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি বিচাৰি আৰু কৰ্মী-সহায়িকাৰ সামাজিক সুৰক্ষাৰ দাবীত অব্যাহত অঙ্গনৱাড়ী…

গুৱাহাটীঃ চি আই টি ইউৰ অন্তভূক্ত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই ৩ অক্টোবৰৰ পৰা আহ্বান দিয়া ৰাজ্যজোৰা অসহযোগ কাৰ্যসুচীৰ প্ৰতি সহাৰি জনায় সমগ্ৰ ৰাজ্যত থকা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় কেইটাৰ সন্মুখ উত্তাল কৰে

নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ জাতীয় পৰিষদৰ ভাতৃ সংগঠনঃ আৰক্ষীৰে ঠেলা-হেঁচা, চি আৰ পি এফৰ…

‘ওপৰ মহল’ক গ্ৰেপ্তাৰৰ দাবীত দীঘলীপুখুৰীত জাতীয় যুৱ শক্তিৰ উত্তাল প্ৰতিবাদঃ ‘আৰক্ষীৰ তদন্ত স্বচ্চ আৰু নিৰপেক্ষ হোৱা নাই' - অভিযোগ প্ৰতিবাদকাৰীৰ গুৱাহাটীঃ বহুচৰ্চিত নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদত আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰ উত্তাল কৰি

সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ উদ্যোগত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

গুৱাহাটীঃ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ উদ্যোগত অসম চৰকাৰে ঘোষণা কৰা পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনি -২০২২ অতি শীঘ্ৰে কাৰ্যকৰী কৰা আৰু অন্যান্য দাবীত খানাপাৰা পৰিবহণ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰে আৰু পৰিবহণ আয়ুক্তৰ জৰিয়তে অসমৰ

নতুন পেঞ্চন আঁচনি বাতিল কৰাৰ দাবীত ধিং মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোটৰ আজিও কৰ্মবিৰতি আৰু…

ধিংঃ অসম কলেজ শিক্ষক সন্থাৰ আহ্বান অনুসৰি নগাঁও জিলাৰ ধিং মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোটে আজিও কৰ্মবিৰতি আৰু প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছে। এই প্ৰতিবাদী কাৰ্য্যসূচীত নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰনি পেঞ্চন আঁচনিক বাহাল ৰখা, শিক্ষক