ashomiyapatrika.com
Browsing Tag

Price hike

চৰকাৰী স্বাস্থ্য পৰীক্ষাৰ প্ৰস্তাৱিত মূল্য বৃদ্ধি প্ৰত্যাহাৰৰ দাবী জাতীয় পৰিষদৰ

গুৱাহাটীঃ অসমৰ দৰিদ্ৰ জনসাধাৰণৰ মুৰত মাধমাৰ সোধাই ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ অধীনস্থ বিভিন্ন মেডিকেল পৰীক্ষা তথা অন্যান্য মাচুল ২০ শতাংশলৈকে বৃদ্ধি কৰিবলৈ লোৱা তৎপৰতাৰ অসম জাতীয় পৰীষদে তীব্ৰ বিৰোধ কৰিছে ৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু

বকোত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি, সুখ নিদ্ৰাত চৰকাৰৰ যোগান বিভাগঃ দৰিদ্ৰ জনতাৰ মুৰত…

বকোঃ ৰাজ্যত জনসাধাৰণে ব্যৱহাৰ কৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে দৰিদ্ৰ জনগণৰ মুৰত ৰামটাঙোন সোধাইছে। এই ক্ষেত্ৰত ৰাজ্যৰ শাসনৰ গাদীত বহি থকা চৰকাৰৰ যোগান বিভাগ আৰু বিভাগৰ দায়িত্বত থকা মন্ত্ৰী, বিধায়ক, আমোলা, কৰ্মী সুখ